• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহুৰ সমষ্টিৰ পৰা ৰাহুল নাইডিঙক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 26, 2018 6:23 pm
20181226_121309
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব। ইতিমধ্যে পৰিষদ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পাৰ্বত্য অঞ্চলটোৰ ৰাজনীতি। বিশেষকৈ শাসক দলৰ মাজত নিৰ্বাচন-কেন্দ্ৰিক ব্যস্ততা বৃদ্ধি পাইছে। জিলাৰ চুকে-কোণে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মাজত এতিয়া আৰম্ভ হৈছে শক্তি প্ৰদৰ্শনৰ খেল।

আজি মাহুৰত বিজেপি নেতা ৰাহুল নাইডিঙৰ সমৰ্থনত সহস্ৰাধিক ৰাইজ আহি মাহুৰত গোট খায়। মাহুৰৰ ৪৮ খন গাঁৱৰ গাঁওবুঢ়াসকলৰ উপৰিও মৌজাদাৰ, প্ৰবীণ নাগৰিক, বিভিন্ন দল সংগঠনৰৰ প্ৰতিনিধিসকল গোট খাই ৰাহুল নাইডিঙক বিজেপি দলৰ মনোনয়ন দিয়াৰ দাবী জনায়। কিয়নো যোৱা পোন্ধৰ বছৰ ধৰি পাৰ্বত্য জিলাৰ তৃতীয় বৃহত্তম ভোটাৰ থকা মাহুৰ সমষ্টি বিভিন্ন দিশৰ পৰা বঞ্চিত হৈ আছে। চৰকাৰী ভাবে বিভিন্ন সুযোগ সুবিধা আঁচনি আবণ্টন দিয়া সত্তেও ৰাইজৰ পদুলি গৈ পোৱা নাই কোনো চৰকাৰী আঁচনি।

Apply Now

এনে ক্ষেত্ৰত এইবাৰ ৰাইজ একত্ৰিত হৈছে আৰু তেওঁলোকে বিজেপি দলৰ ডিমা হাচাও জিলা কমিটিৰ প্ৰাক্তন কোষাধ্যক্ষ ৰাহুল নাইডিং ওৰফে মাইজেনক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে।

মাহুৰৰ এগৰাকী জ্যেষ্ঠ নাগৰিক গোলেন্দ্ৰ লাংথাচাই কয় যে সুদীৰ্ঘ পোন্ধৰ বছৰৰ পৰা মাহুৰ অবিভাককহীন হৈ আছে। যাৰ কাৰণে অঞ্চলটোত উন্নয়ন ব্যহত হৈ আছে।

এনে ক্ষেত্ৰত বিজেপি নেতা ৰাহুল নাইডিঙক মনোনয়ন প্ৰদান কৰিলে মাহুৰৰ উন্নয়ন সম্ভৱ হোৱাৰ উপৰিও ৰাইজে এগৰাকী সঠিক জন প্ৰতিনিধি লাভ কৰিব। মাহুৰৰ লংখাই গাঁওৰ গাঁওবুঢ়া চেমছাং জেমিয়ে কয় যে মাহুৰ হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ বাসভূমি। কিন্তু ভাল জন প্ৰতিনিধি নথকাৰ কাৰণে স্থবিৰ হৈ পৰিছে সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন। সেই কাৰণে ৰাহুল নাইডিঙৰ নিচিনা যুব প্ৰজন্মৰ প্ৰতিনিধিয়ে বিজেপি দলৰ মনোনয়ন লাভ কৰিলে অৱশ্যেই নিৰ্বাচনত জয় লাভ কৰিব। য’ত জনসাধাৰণো উপকৃত হ’ব।

থাঙ্গা নাম্পুই নামৰ মাহুৰ গাৰ্ডেন গাঁৱৰ গাঁওবুঢ়াৰ মতে আগন্তুক স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত মাহুৰ সমষ্টিৰ কাৰণ বিজেপি দলৰ উপযুক্ত প্ৰাৰ্থী হব ৰাহুল নাইডিং। ইলিয়াচ জেমি নামৰ যুৱ প্ৰজন্মৰ এগৰাকীৰ নেতাৰ ভাষ্য অনুসৰি ৰাহুল নাইডিঙক বিজেপি দলৰ মনোনয়ন প্ৰদান কৰিলে মাহুৰৰ উন্নয়নৰ উপৰিও জিলাৰ সামগ্ৰিক উন্নয়নত প্ৰভাৱ পৰিব। লগতে মাহুৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ ভ্ৰাতৃত্ববোধ আৰু সুদৃঢ় হ’ব।

উল্লেখনীয় যে বৰ্তমানে পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত বিজেপি দলৰ চৰকাৰ থকাৰ বিপৰীতে মাহুৰত আছে অগপ দলৰ প্ৰতিনিধি। ইপিনে ৰাজ্যত অগপ-বিজেপিৰ মিত্ৰতা আছে যদিও কিন্তু পাহাৰত বিজেপি অগপ দুয়ো দুটা মেৰুত অৱস্থান কৰিছে। অৰ্থাৎ বিৰোধীৰ আসনত অগপ। যাৰ কাৰণে উন্নয়ন ব্যহত হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাইজে ৰাহুল নাইডিঙক প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰনে বিজেপি নেৰ্তৃত্বক দাবি জনাইছে।

ইপিনে জিলা বিজেপি কাৰ্যালয়ৰ পৰা দলীয় মনোনয়নৰ কাৰনে প্ৰপত্ৰ বিতৰণৰ উপৰিও মনোনয়ণ গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে। বিজেপি দলৰ পৰা তথ্য অনুসৰি অহা দুই তিনি দিনৰ ভিতৰত বিজেপি দলে চুড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। উল্লেখ্য যে ৩ জানুৱাৰি হৈছে মনোনয়নপত্ৰ জমা দিয়াৰ অন্তিম দিন।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd