• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বছৰৰ অন্তিম দিনটোত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জে পি চিৰ প্ৰতিবেদন সম্পৰ্কীয় বৈঠক

অসমৰ জনগণৰ শংকা জড়িত থকা বিধেয়কখন সংসদৰ চলিত অধিৱেশনত উত্থাপিত হোৱাৰ সম্ভাৱনা কম

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 12:45 pm
গুৱাহাটীত শুনানি লোৱাৰ বাবে অহা যুটীয়া সংসদীয় কমিটী, খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত, ৭ মে'ত। ফটো : য়ু বি।

গুৱাহাটীত শুনানি লোৱাৰ বাবে অহা যুটীয়া সংসদীয় কমিটী, খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত, ৭ মে'ত। ফটো : য়ু বি।

562
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটী, অৰ্থাৎ জে পি চিৰ অহা ৩১ ডিচেম্বৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা।  নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হ’ব লগীয়া এই বৈঠকত কমিটীয়ে চূড়ান্ত প্ৰতিবেদন দাখিল সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, যুটীয়া সংসদীয় কমিটীৰ এইখনেই হ’ব শেষ বৈঠক। গতিকে দলৰ আন সদস্যসকলৰ পৰা সন্মতি পালে সংসদৰ চলিত অধিৱেশনতে প্ৰতিবেদন দাখিল কৰাৰ পক্ষত আছে কমিটীখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল।

উল্লেখযোগ্য যে যোৱা মাহত কমিটীৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল, তাত সদস্যসকল একমত হ’ব নোৱাৰিছিল। এনে পৰিস্থিতিত অহা ৩১ ডিচেম্বৰত হ’ব লগীয়া বৈঠকখনৰ ফলাফল কি হয় সেয়া লক্ষণীয় হ’ব।

আনহাতে সংসদৰ অধিৱেশ অহা ৮ জানুৱাৰি পৰ্য্যন্ত চলিব। এই অধিৱেশনৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত জে পি চিয়ে প্ৰতিবেদন দাখিল কৰিলেও বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা কম। কাৰণ সংসদতো বিজেপি এই বিধেয়কখনক লৈ প্ৰবল বিৰোধিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি ৰাজ্যসভাত শাসকীয় দলৰ সংখ্যাগৰিষ্ঠতাও নাই।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd