• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ কৃষি বিভাগত বীজ যোগানৰ নামত বৃহৎ কেলেংকাৰি

বিশ্বনাথতকৃষি বিভাগে যোগান ধৰা ব্ৰকলি, বিলাহীৰ সঁচত ফুলিল হালধীয়া ফুল!

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 29, 2018 10:15 am
photo by kaji jeidul islam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত কৃষি মন্ত্ৰী অতুল বৰাৰ বিভাগত বীজ যোগানৰ নামত বৃহৎ কেলেংকাৰি হোৱা ঘটনা পোহৰলৈ আহিছে। কৃষকৰ মূৰত ৰাম টাঙোন সোধাই দায়িত্ব সামৰিলে জিলা কৃষি বিভাগৰ বীজ যোগান বিষয়াই। মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ বীজ ব্যবহাৰ কৰি বিশ্বনাথৰ একাংশ কৃষকে মূৰে কপালে হাত দিবলগীয়া অবস্থাৰ সৃষ্টি হৈছে।

বিশ্বনাথৰ পানীভৰাল গাঁৱৰ একাংশ খেতিয়কে কৃষি বিভাগে যোগান ধৰা বীজৰে খেতি কৰিছিল। কৃষি বিভাগে যোগান ধৰা ব্ৰকলিৰ বীজৰে এই পথাৰখনত দৰিদ্ৰ কৃষকসকলে খেতি কৰিছিল। কিন্তু কৃষকৰ খেতি পথাৰত ব্ৰকলিৰ পৰিবৰ্তে লাগিল হালধীয়া সৰিহৰ সদৃশ ফুলহে। কেৱল ব্ৰকলিৰ ক্ষেত্ৰতে নহয়, কৃষি বিভাগে যোগান ধৰা বন্ধাকবি, আৰু বিলাহী খেতিটো একে পৰিবেশ।

Apply Now

যি সময়ত বজাৰত কবি আৰু বিলাহীৰ উভৈনদী হোৱাৰ সময়তো এই পৰ্যন্ত এইসকল কৃষকৰ খেতি পথাৰত লগা নাই এটাও বিলাহী অথবা কবি। চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা বীজে মাধমাৰ সোধাইছে এইসকল কৃষকৰ মূৰত।

এতিয়া নিৰুপায় হ’ল বিশ্বনাথৰ এই সকল খেতিয়ক। কাৰণ বহু কষ্ট কৰি খেতিয়কসকলে বেংকৰ ঋণ লৈ কৃষি কৰ্ম কৰিছিল। খেতি ভাল হলে সপোন ৰচিছিল বেংকৰ ঋণ পৰিশোধ কৰাৰ লগতে  দূৰ কৰিব নিজ পৰিয়ালৰ দুখ-দুৰ্দশা। কিন্তু মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে এই খেতিয়ক সকলৰ জীবনলৈ কঢ়িয়াই আনিলে ঘোৰ আমানিশা।

খেতিয়কসকলে এই সন্দৰ্ভত কৃষি বিষয়াসকলক জানাইছিল যদিও  কৃষি বিভাগৰ বিভাগে ইযাৰ বিৰুদ্ধে কোনো বিকল্প ব্যবস্হা নল’লে। যাৰ বাবে এতিয়া বিশ্বনাথৰ এই কৃষকসকলৰ পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে।

দুখীয়া কৃষকসকলক কৃষি বিভাগে বীজ যোগানৰ নামত এটা বিয়াগোম কেলেংকাৰি সংঘটিত কৰিলে। এতিয়া মন্ত্ৰী অতুল বৰাই কি ব্যবস্থা গ্ৰহণ কৰিব, সেয়াহে লক্ষণীয় হ’ব।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd