• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ কৃষি বিভাগত বীজ যোগানৰ নামত বৃহৎ কেলেংকাৰি

বিশ্বনাথতকৃষি বিভাগে যোগান ধৰা ব্ৰকলি, বিলাহীৰ সঁচত ফুলিল হালধীয়া ফুল!

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 29, 2018 10:15 am
photo by kaji jeidul islam
284
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত কৃষি মন্ত্ৰী অতুল বৰাৰ বিভাগত বীজ যোগানৰ নামত বৃহৎ কেলেংকাৰি হোৱা ঘটনা পোহৰলৈ আহিছে। কৃষকৰ মূৰত ৰাম টাঙোন সোধাই দায়িত্ব সামৰিলে জিলা কৃষি বিভাগৰ বীজ যোগান বিষয়াই। মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ বীজ ব্যবহাৰ কৰি বিশ্বনাথৰ একাংশ কৃষকে মূৰে কপালে হাত দিবলগীয়া অবস্থাৰ সৃষ্টি হৈছে।

বিশ্বনাথৰ পানীভৰাল গাঁৱৰ একাংশ খেতিয়কে কৃষি বিভাগে যোগান ধৰা বীজৰে খেতি কৰিছিল। কৃষি বিভাগে যোগান ধৰা ব্ৰকলিৰ বীজৰে এই পথাৰখনত দৰিদ্ৰ কৃষকসকলে খেতি কৰিছিল। কিন্তু কৃষকৰ খেতি পথাৰত ব্ৰকলিৰ পৰিবৰ্তে লাগিল হালধীয়া সৰিহৰ সদৃশ ফুলহে। কেৱল ব্ৰকলিৰ ক্ষেত্ৰতে নহয়, কৃষি বিভাগে যোগান ধৰা বন্ধাকবি, আৰু বিলাহী খেতিটো একে পৰিবেশ।

যি সময়ত বজাৰত কবি আৰু বিলাহীৰ উভৈনদী হোৱাৰ সময়তো এই পৰ্যন্ত এইসকল কৃষকৰ খেতি পথাৰত লগা নাই এটাও বিলাহী অথবা কবি। চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা বীজে মাধমাৰ সোধাইছে এইসকল কৃষকৰ মূৰত।

এতিয়া নিৰুপায় হ’ল বিশ্বনাথৰ এই সকল খেতিয়ক। কাৰণ বহু কষ্ট কৰি খেতিয়কসকলে বেংকৰ ঋণ লৈ কৃষি কৰ্ম কৰিছিল। খেতি ভাল হলে সপোন ৰচিছিল বেংকৰ ঋণ পৰিশোধ কৰাৰ লগতে  দূৰ কৰিব নিজ পৰিয়ালৰ দুখ-দুৰ্দশা। কিন্তু মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে এই খেতিয়ক সকলৰ জীবনলৈ কঢ়িয়াই আনিলে ঘোৰ আমানিশা।

খেতিয়কসকলে এই সন্দৰ্ভত কৃষি বিষয়াসকলক জানাইছিল যদিও  কৃষি বিভাগৰ বিভাগে ইযাৰ বিৰুদ্ধে কোনো বিকল্প ব্যবস্হা নল’লে। যাৰ বাবে এতিয়া বিশ্বনাথৰ এই কৃষকসকলৰ পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে।

দুখীয়া কৃষকসকলক কৃষি বিভাগে বীজ যোগানৰ নামত এটা বিয়াগোম কেলেংকাৰি সংঘটিত কৰিলে। এতিয়া মন্ত্ৰী অতুল বৰাই কি ব্যবস্থা গ্ৰহণ কৰিব, সেয়াহে লক্ষণীয় হ’ব।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd