• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণাপুৰত আৰ্চাৰৰূপে ধনুত টংকাৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 30, 2018 9:45 pm
Kiren Rijiju

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজু ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখিল ভাৰতীয় বনবাসী কল্যান আশ্ৰম, অসমৰ উদ্যোগত সোণাপুৰৰ টেপেচিয়া লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষানুষ্ঠানত যোৱা ২৭ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ২১ তম ৰাষ্ট্ৰীয় জনজাতি ক্ৰীড়া সমাৰোহৰ অন্তিম দিনা মুখ্য অতিথি ৰূপে উপস্থিত থকা কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুক দেখা গ’ল এক অনন্য ৰূপত।

খেলা-ধূলা আৰু শৰীৰ চৰ্চাৰ প্ৰতি প্ৰবল আগ্ৰহী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সমাৰোহৰ সামৰণি কাৰ্যসূচীত এইবাৰ হাতত ধনু আৰু কাড় লৈ আৰ্চাৰী খেলুৱৈৰ ৰূপত দেখিবলৈ পোৱা গ’ল। মন্ত্ৰীগৰাকীৰ এই নতুন ৰূপ দেখি ক্ৰীড়া সমাৰোহত উপস্থিত থকা ক্ৰীড়া অনুৰাগী তথা সাধাৰণ লোকসকল যথেষ্ট পৰিমানে উৎসাহী হোৱা পৰিলক্ষিত হয়।

Apply Now

আনহাতে অনুষ্ঠানত ৰিজিজুৱে কয় যে ক্ৰীড়া জীৱনৰ বাবে এক অভিন্ন অংগ তথা ভাৰতত প্ৰচলিত বিভিন্ন ক্ৰীড়া ভাৰতীয় সভ্যতাৰ পৰিচয়। তেওঁৰ মতে ‘বহুতো জনজাতীয় খেলুৱৈ জন্মগত প্ৰতিভাৰ অধিকাৰী। এনেধৰণৰ ক্ৰীড়া সমাৰোহৰ আয়োজনে জনজাতীয় খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব’।

তেওঁ বক্তব্যৰ মাজতে ক্ৰীড়া সমাৰোহত অংশ লোৱা খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে কয় ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনজাতীয় খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে বিভিন্ন আঁচনিৰে অলিম্পিয়ান কডিয়ান গঠন কৰি খেলুৱৈসকলক প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লৈছে। ইয়াৰ জৰিয়তে ট’কিঅত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত অধিকসংখ্যক পদক লাভ কৰিবলৈ সক্ষম হ’ব।‘

মন কৰিবলগীয়া যে ভিন্ন সময়ত মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মেডিয়াৰ যোগেদি চাইকেল চলোৱা, শৰীৰ চৰ্চা আদিৰ বিশেষ ভিডিঅ’ আপল’ড কৰি সকলোকে শৰীৰ সুস্থ ৰাখিবৰ বাবে আহ্বানো জনায়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, উক্ত ক্ৰীড়া সমাৰোহৰ শেষৰ দিনা পুৱা ৬:৩০ বজাৰ পৰা ক্ষেত্ৰী বিবেকানন্দ ছায়েন্স একাডেমিৰ পৰা লক্ষ্মীবাঈ শাৰিৰীক শিক্ষণ কেন্দ্ৰলৈ এক মাৰাথান দৌৰ অনুষ্ঠিত কৰাৰ লগতে মুকলি সভাৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd