• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ টি এম কাৰ্ড উন্নীত কৰাৰ আজি অন্তিম দিন; অন্যথা কাৰ্ড ব্লক হোৱাৰ সম্ভাৱনা

গ্ৰাম্যাঞ্চলৰ অসজাগ গ্ৰাহক ব্যৱস্থাটোৰ মাইগ্ৰেশ্যনৰ ভুক্তভোগী হ'ব পাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 9:57 am
EMV_ATM card

দুটা প্ৰযুক্তি মানৰ এ টি এম কাৰ্ডৰ নমুনা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

চিপৰ পৰিৱৰ্তে চম্বুকীয় পটি থকা পুৰণি এ টি এম কাৰ্ডবোৰ উন্নীত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বান্ধি দিয়া সময়সীমাৰ আজি (৩১ ডিচেম্বৰ) অন্তিম দিন। আজিৰ ভিতৰতে বেংকলৈ গৈ নিজৰ নিজৰ পুৰণি এ টি এম কাৰ্ডবোৰ উন্নীতকৰণ প্ৰক্ৰিয়াটো নকৰিলে অসুবিধাত পৰিব পাৰে বেংকৰ গ্ৰাহক।

Apply Now

উল্লেখযোগ্য যে চুম্বকীয় পটিযুক্ত, কিন্তু চিপ (chip) নথকা সেই পুৰণি প্ৰযুক্তি মানৰ কাৰ্ডবোৰক ক্লাছিক ডেবিট কাৰ্ড বা ষ্ট্ৰিপ-বেছড কাৰ্ড বুলি কোৱা হয়। ইয়াৰ বিপৰীতে নতুন মানৰ কাৰ্ডবোৰ হ’ল চিপ এণ্ড পিন বেছড কাৰ্ড, যিবোৰক ই এম ভি (EMV) কাৰ্ড বুলিও কোৱা হয়।

এই নতুন কাৰ্ডবোৰত contact-pad বুলি এটা সৰু চিপ আছে(সোণালী ৰঙৰ), য’ত গ্ৰাহকৰ সবিশেষ সংৰক্ষিত থাকে। আনহাতে পুৰণি প্ৰযুক্তিৰ কাৰ্ডবোৰত থাকে এটা মেগনেটিক পটি। পুৰণি কাৰ্ডবোৰৰ এই পটিটো সহজে ক্ল’নিং কৰিব পাৰি বাবে গ্ৰাহক ঠগ-প্ৰৱঞ্চকৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। গতিকে ৰিজাৰ্ভ বেংকে অতি তৎকালীনভাৱে গ্ৰাহকক নতুন প্ৰযুক্তিৰ কাৰ্ড দিবলৈ বেংকবিলাকক নিৰ্দেশ দিছে।

ৰিজাৰ্ভ বেংকে এই পুৰণি প্ৰযুক্তি মানৰ কাৰ্ডবোৰ নতুন মানলৈ উন্নীত কৰিবলৈ বেংকবোৰক অন্তিম সময় ধৰি দিছে। তাৰ ভিত্তিত বেংকবোৰে নতুন কাৰ্ড ল’বলৈ গ্ৰাহকক আহ্বান জনোৱাৰ লগতে উৎসাহিত কৰি আহিছে।

এছ বি আই-এ ইতিমধ্যে বিনামূলীয়াকৈ এই পুৰণি মানটোৰ পৰা নতুন মানবিশিষ্ট কাৰ্ডলৈ মাইগ্ৰেইশ্যনৰ এক সুযোগ আগ বঢ়াইছে।

মন কৰিব লগীয়া যে অসংখ্য গ্ৰাহকৰ এতিয়াও এই চুম্বকীয় পটিযুক্ত ক্লাছিক ডেবিট কাৰ্ডহে আছে। তুলনামূলকভাৱে নতুন গ্ৰাহকৰহে আছে ই এম ভি কাৰ্ড।

গতিকে যিসকল গ্ৰাহকৰ এতিয়াও এই চিপযুক্ত এ টি এম কাৰ্ডৰ পৰিৱৰ্তে পুৰণি প্ৰযুক্তিৰ কাৰ্ডহে আছে, আজিৰ ভিতৰত প্ৰছেচিং নকৰিলে অসুবিধাত পৰিব পাৰে। এনে কাৰ্ডেৰে ধন উলিওৱাত ব্যৰ্থ হ’ব পাৰে গ্ৰাহকজন। তাতকৈও ডাঙৰ কথা এনে কাৰ্ডবোৰ সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই ব্লক কৰি দিয়াৰ সম্ভাৱনাই দেখা দিছে।

বিশেষকৈ অসম, তথা উত্তৰ-পূবৰ লাখ লাখ অসজাগ গ্ৰাহক ব্যৱস্থাটোৰ মাইগ্ৰেশ্যনৰ বাবে ভুক্তভোগী হোৱাৰ সম্ভাৱনা আছে।

ইপিনে ইতিপূৰ্বে ষ্টেইট বেংক অব ইণ্ডিয়াই আজিৰ ভিতৰত এ টি এম কাৰ্ড উন্নীত কৰিলে বিনামূলীয়াকৈ এই মাইগ্ৰেইশ্যনৰ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd