• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি চিৰ পৰা ‘অবড়ো গাওঁ কৰ্তনৰ নিৰ্দেশ’ কাৰ্য্যকৰীকৰণৰ দাবীত তীব্ৰতৰ হ’ব আন্দোলন

আনিচুজ জামান by আনিচুজ জামান
January 12, 2019 8:06 pm
Non-Boro Organisation

অবড়ো সুৰক্ষা সমিতিৰ কাৰ্য্যনিৰ্বাহক বৈঠক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছুকে ধৰি বিভিন্নটা বড়ো সংগঠনে পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন চলাই থকাৰ বিপৰীতে অবড়ো সুৰক্ষা সমিতিয়ে বি টি চিৰ পৰা অবড়ো গাওঁসমূহ কৰ্তনৰ দাবীত অধিক জোৰদাৰ আন্দোলন চলাই নিবলৈ সংকল্প লৈছে।

আজি বৰপেটা জিলাৰ হাউলী চহৰত অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা সমিতিৰ কাৰ্যনিৰ্বাহ বৈঠকত নেতৃত্বই এই সংকল্প লৈছে। সমিতিয়ে অবড়ো গাওঁসমূহ বি টি চিত অন্তৰ্ভুক্ত হৈ থকাৰ কোনো যুক্তি নাই আৰু ইয়াৰ ফলত এই গাওঁসমূহৰ অবড়ো লোকসকল ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিয়ে।

Apply Now

যোৱা বছৰৰ ৮ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায় উল্লেখ কৰি কয় সমিতিয়ে কয় যে এই ৰায়ত অসম চৰকাৰক  বিটিচিৰ পৰা অবড়ো গাওঁসমূহ কৰ্তন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল৷ “ৰাজ্যৰ মুখ্য সচিবলৈ নিৰ্দেশনা জাৰি কৰি ছমাহৰ ভিতৰত  অবড়ো গাঁওসমূহ বি টি চিৰ পৰা কৰ্তনৰ পত্ৰ প্ৰেৰণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে৷” সমিতিৰ সূত্ৰই কয়। ইয়াৰ লগতে আগন্তুক দিনত প্ৰতিবাদী কাৰ্য্যসূচী লৈ ন্যায়ালয়ৰ এই ৰায় কাৰ্যকৰীকৰণৰ বাবে চৰকাৰক বাধ্য কৰাব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।

ইপিনে সংগঠনটোৱে বৈঠকত প্ৰস্তাৱিত Union Territorial Council (UTC) গঠন কৰাৰ প্ৰাকমুহূৰ্তত চৰকাৰক অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিবলৈও দাবী জনায়।

ইপিনে   নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি অবড়ো সুৰক্ষা সমিতিয়ে হাগ্ৰামা মহিলাৰী আৰু নৱ কুমাৰ শৰণীয়াই নাগৰিকত্ব সংশোধী বিধেয়ক সন্দৰ্ভত লোৱা ভূমিকাৰ তীব্ৰ গৰিহণা দিয়ে।

আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে একাংশ জনজাতীয় সমগঠনে গ্ৰহণ কৰা বিৰোধী ভূমিকাৰো সমালোচনা কৰে সমিতিয়ে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয় অতি শীঘ্ৰে  কাৰ্যকৰীকৰণৰ বাবে দাবী জনাইছে চৰকাৰক৷

আনিচুজ জামান

আনিচুজ জামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd