• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মেঘালয়, মণিপুৰ, ত্ৰিপুৰাতো অসমৰ দৰে পৰিস্থিতি

মণিপুৰৰ ইম্ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2019 6:52 pm
Manipur protest against CAB

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মণিপুৰত দুদিনমান আগতে হোৱা প্ৰতিবাদৰ দৃশ্য। ফটোৰ উৎস : IndiaBlooms

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসিত অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰাৰ দৰে মণিপুৰতো একেই আলোড়ন দেখা গৈছে। উত্তৰ-পূবৰ বিজেপি শাসিত আন এখন ৰাজ্য ত্ৰিপুৰাতো খিলঞ্জীয়া জনগণে গুলী পৰ্য্যন্ত খাইছে বিধেয়কখনৰ বিৰোধিতাত আন্দোলন কৰি।

একেদৰে মেঘালয়ত খোদ মুখ্য মন্ত্ৰীয়েই ক্ষুভিত হৈ আছে আৰু বিধেয়কখনৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে বিধায়কৰ এটা প্ৰতিনিধি দল লৈ অতি শীঘ্ৰেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ কৰিব বুলি জানিবলৈ দিছে।

ইপিনে বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰতিবাদ উলিওৱাৰ সময়ত আজি মণিপুৰৰ ৰাজধানী ইম্ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিধেয়কখনৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীয়ে আজি বেৰিকেড ভাঙি মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা কৰা বুলি বাতৰি পোৱা গৈছে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি হয় আৰু একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে।

নাগালেণ্ডৰ এন পি এফ-বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক পুনৰ বিবেচনা কৰিবলৈ কেন্দ্ৰক অনুৰোধ কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে উত্তৰ-পূবত বিধেয়কখনৰ বিৰোধিতা বেছিকৈ হৈছে অবৈধ বাংলাদেশীৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত অসম আৰু ত্ৰিপুৰাত। আনকেইখন ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ডো অবৈধ বাংলাদেশীৰ দ্বাৰা আক্ৰান্ত যদিও অসম আৰু ত্ৰিপুৰাৰ সমান নহয়। কিন্তু তৎসত্ত্বেও এইকেইখন ৰাজ্যৰ মুখ্য মন্ত্ৰীকেইজনে বিধেয়কখনৰ বিৰোধিতা কৰিছে। তাৰ বিপৰীতে সৰ্বাধিক আক্ৰান্ত ৰাজ্য অসম আৰু ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়ে লৈছে বিধেয়কখনৰ পক্ষ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm
নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

September 13, 2025 1:01 pm
ভাৰতে কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব লাগিব? উত্তৰ দিলে অনুৰাগ ঠাকুৰে

ভাৰতে কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব লাগিব? উত্তৰ দিলে অনুৰাগ ঠাকুৰে

September 13, 2025 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd