• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলেখ সংখ্যক ভোটদানেৰে অন্ত পৰিল স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, ২২ জানুৱাৰিত ভোটগণনা

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
January 20, 2019 8:14 pm
Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তিপূৰ্ণ ভাৱে সম্পন্ন হ’ল দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ। ১৯ জানুৱাৰি শনিবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি ৩ বজাত অন্ত পৰে। এইবাৰৰ নিৰ্বাচনত অভিলেখ সংখ্যক মুঠ ৮৯.৬০ শতাংশ ভোটদান সাব্যস্ত হয়।

উল্লেখ্য যে জিলাখনৰ মুঠ ২৮০ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ১,২২,৩৪১ গৰাকী ভোটাৰে ১২৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট বাকচত বন্দি কৰে। ২৮০টা কেন্দ্ৰৰ ভিতৰত ৮৬টা আছিল অতিস্পৰ্শকাতৰ, ১০৩ টা আছিল স্পৰ্শকাতৰ আনহাতে ৯৩টা কেন্দ্ৰ আছিল তুলনামূলকভাৱে সুৰক্ষিত।

Apply Now

সামগ্ৰিকভাৱে শনিবাৰে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও দুই এটা ভোটকেন্দ্ৰত সামান্য পৰিমানে বিসংগতি হোৱা বুলি খবৰ লাভ কৰা গৈছে। ইয়াৰ ভিতৰত জাতিংগাৰ এটা ভোট কেন্দ্ৰ আৰু মাহুৰতো ভোটক লৈ খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে হাতিখালীত ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পাছত বাকচ চিল নোহোৱা কাৰণে নিৰ্দলীয় প্ৰাৰ্থী বিমল হোজাইৰ সমৰ্থকে কিছু হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰে।

অৱশ্যে বাকচবন্দি ১২৯ গৰাকীৰ ভিতৰত কোন ২৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য উদয় হ’ব সেয়া অহা ২২ জানুৱাৰি অৰ্থাৎ মঙলবাৰেহে জনা যাব। কিয়নো মঙলবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা হ’ব ভোটগণনা।

এইবাৰৰ নিৰ্বাচনত উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে প্ৰাক্তন সাংসদ তথা অগপ প্ৰাৰ্থী প্ৰকান্ত ৱাৰিচা, বৰ্তমান চি ই এম তথা বিজেপি প্ৰাৰ্থী দেবলাল গাৰ্লচা, প্ৰাক্তন বিধায়ক তথা এন পি পি দলৰ প্ৰাৰ্থী সমৰজিত হাফলংবাৰ, পৰিষদৰ বৰ্তমান অধ্যক্ষা তথা বিজেপি প্ৰাৰ্থী ৰাণু লাঙঠাচা, প্ৰাক্তন ডিএইচ্ছ ডি প্ৰধান তথা কংগ্ৰেছ প্ৰাৰ্থী দিলীপ নুনিচা, প্ৰাক্তন চি ই এম তথা কংগ্ৰেছ প্ৰাৰ্থী দেপ’লাল হোজাই, জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচা, বিজেপি জিলা সভাপতি নিপোলাল হোজাই আদি।

উল্লেখ্য যে জিলাখনত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱা বাবে জিলা ৰিটাৰ্নিং অফিচাৰ তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই ভোট কৰ্মী সকলৰ লগতে সৰ্বসাধাৰণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd