• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী ৩০ জন ৰহিঙিয়াক আটক অসম আৰক্ষীৰ

পিনাকী দাস by পিনাকী দাস
January 22, 2019 10:40 am
Rohingya-1-750x375

ফাইল ফটো : নৰ্থইষ্ট নাও - পূৰ্বে অসম আৰক্ষীৰ হাতত আটকাধীন এটি ৰহিংগিয়াৰ দল

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা সোমবাৰে অসম আৰক্ষীয়ে ৩০ জন ৰহিঙিয়া শৰণাৰ্থীক আটক কৰে।

পুৰুষ, মহিলা আৰু শিশুকে ধৰি ৰহিঙিয়াৰ দলটোৱে আগৰতলাৰ পৰা বাছেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত চুৰাইবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে আটক কৰে।

আটকাধীন দলটোৰ এজন ৰহিঙিয়াই জনায় যে তেওঁলোকে জম্মুৰ পৰা দিল্লী তথা গুৱাহাটী হৈ কামৰ সন্ধানত আহিছিল আৰু তিনিদিন ধৰি হোটেলত বাহৰ পাতি থকাৰ পাছতো আগৰতলাত কোনো কাম বিচাৰি নাপালে। সেয়েহে, তেওঁলোকে কাম বিচাৰি পুনৰ গুৱাহাটীলৈ ঘুৰি আহিছিল।

তেওঁ লগতে জনায় যে পশ্চিমবংগৰ কোনো এজন ৰাজুৱে তেওঁলোকক লৈ আনিছিল।

আৰক্ষীয়ে তেওঁলোকৰ কেইজনমানৰ হাতত ৰাষ্ট্ৰসংঘৰ পৰিচয় পত্ৰ লাভ কৰে আৰু সেইবোৰ আচল নে নকল সেয়া পৰীক্ষা কৰি আছে।

ইয়াৰ মাজতে ১৬ টি শিশু আৰু ৯ গৰাকী মহিলাসহ ৩০ জনীয়া ৰহিঙিয়াৰ দলটোৱে আগৰতলাৰ পাৰ্শ্বৱৰ্তী আমতলি আৰক্ষী থানাৰ অন্তৰ্গত ৰায়েৰমূৰাত চাৰিদিন ধৰি ঠেটুৱৈ লগাত জাৰত মুকলি আকাশৰ তলত নিশা কটাবলগীয়া হয়।

তেওঁলোকে ভাৰত-বাংলাদেশৰ সীমান্তৰ কাঁটা তাঁৰৰ বেৰ আৰু সীমান্ত খুটিৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হয় কিয়নো দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীয়ে পৰস্পৰক দোষাৰোপ কৰি তেওঁলোকক এখনে আনখন দেশৰ ভূমিলৈ ঠেলি পঠিয়ায়।

ভাৰতীয় বিএছএফে বাংলাদেশৰ বিজিবিয়ে ভাৰতৰ ভূমিলৈ ৰহিঙিয়াৰ দলটোক পঠিয়াই দিয়াৰ অভিযোগ কৰাৰ বিপৰীতে বিজিবিয়েও বিএছএফৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ আনে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd