• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৩ সংখ্যক জন্ম জয়ন্তী পালন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 23, 2019 10:01 pm
phpThumb_generated_thumbnail

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সমগ্ৰ দেশতে নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৩ সংখ্যক জন্ম দিৱস পালন কৰাৰ দৰেই কোকৰাঝাৰ চহৰৰ আৱৰ্ত ভৱনৰ প্ৰাংগণতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী।

সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনে কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এই কাৰ্যসূচী ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু চহিদ তৰ্পনেৰে আৰম্ভ হয়। পতাকা উত্তোলন কৰে সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনৰ উপ সভাপতি বিশাল ঘোষ আৰু চহিদ বেদীত পুষ্পাঞ্জলীৰে শ্ৰদ্ধা নিবেদন জনাই সংগঠনৰ সহকাৰী সম্পাদক গৌৰাংগ দত্তই।

Apply Now

নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে বড়ো, বাঙালী, গাৰো, ৰাভা, আদিবাসী আদি বিভিন্ন জনগোষ্ঠীৰ  লোকক লৈ এটা সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। তদুপৰি দুখীয়া লোকসকলৰ মাজত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীও বিতৰণ কৰা হয়।

কাৰ্যসূচীত উপস্থিত থাকি  সদৌ অসম বাঙালী ফেডাৰেশ্যনৰ জ’নেল কমিটিৰ সভাপতি ৰাজীৱ সৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে এই বিলখনকলৈ সংগঠনটোৰ একো ক’ব লগীয়া নাই, কিন্তু এন আৰ চিত বাদ পৰি যোৱা ৪০ লাখ  নাগৰিকৰ প্ৰসংগতো পুনৰ বিবেচনা কৰি সেইসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰক্ৰিয়া ল’ব লাগে।

আনহাতে সদৌ বি টি চি বাঙালী যুৱ ছাত্র ফেডাৰেশ্যন (বাপ্পা গোট)য়ো গৌৰাং নৈৰ পাৰত নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৩ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ উপলক্ষে ৰক্ত দান শিবিৰ আৰু সহস্ৰাধিক দুখীয়া লোকৰ মাজত কম্বল বিতৰণ কৰি সমাজ কল্যাণমূলক কাৰ্যসূচী ৰুপায়ন কৰে।

ইফালে ৰক্ত দান কৰি নিজকে মহৎ কাম কৰা বুলি সদৰী কৰে সদৌ বি টি চি বাঙালী যুৱ ছাত্র ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ সৰকাৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd