DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৩ সংখ্যক জন্ম জয়ন্তী পালন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 23, 2019 10:01 pm
phpThumb_generated_thumbnail

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্ৰ দেশতে নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৩ সংখ্যক জন্ম দিৱস পালন কৰাৰ দৰেই কোকৰাঝাৰ চহৰৰ আৱৰ্ত ভৱনৰ প্ৰাংগণতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী।

সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনে কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এই কাৰ্যসূচী ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু চহিদ তৰ্পনেৰে আৰম্ভ হয়। পতাকা উত্তোলন কৰে সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনৰ উপ সভাপতি বিশাল ঘোষ আৰু চহিদ বেদীত পুষ্পাঞ্জলীৰে শ্ৰদ্ধা নিবেদন জনাই সংগঠনৰ সহকাৰী সম্পাদক গৌৰাংগ দত্তই।

নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে বড়ো, বাঙালী, গাৰো, ৰাভা, আদিবাসী আদি বিভিন্ন জনগোষ্ঠীৰ  লোকক লৈ এটা সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। তদুপৰি দুখীয়া লোকসকলৰ মাজত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীও বিতৰণ কৰা হয়।

কাৰ্যসূচীত উপস্থিত থাকি  সদৌ অসম বাঙালী ফেডাৰেশ্যনৰ জ’নেল কমিটিৰ সভাপতি ৰাজীৱ সৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে এই বিলখনকলৈ সংগঠনটোৰ একো ক’ব লগীয়া নাই, কিন্তু এন আৰ চিত বাদ পৰি যোৱা ৪০ লাখ  নাগৰিকৰ প্ৰসংগতো পুনৰ বিবেচনা কৰি সেইসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰক্ৰিয়া ল’ব লাগে।

আনহাতে সদৌ বি টি চি বাঙালী যুৱ ছাত্র ফেডাৰেশ্যন (বাপ্পা গোট)য়ো গৌৰাং নৈৰ পাৰত নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৩ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ উপলক্ষে ৰক্ত দান শিবিৰ আৰু সহস্ৰাধিক দুখীয়া লোকৰ মাজত কম্বল বিতৰণ কৰি সমাজ কল্যাণমূলক কাৰ্যসূচী ৰুপায়ন কৰে।

ইফালে ৰক্ত দান কৰি নিজকে মহৎ কাম কৰা বুলি সদৰী কৰে সদৌ বি টি চি বাঙালী যুৱ ছাত্র ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ সৰকাৰে।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd