• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ কয়লাখনিৰ দুৰ্ঘটনা : দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ চেষ্টা অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2019 9:46 pm
24-01-19-Meghalaya-one-unidentified-body-of-trapped-miner-1-750x375
86
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ কয়লাখনিত নিৰূদ্দিষ্ট হোৱা ১৫জন খনি শ্ৰমিকৰ এজনৰ মৃতদেহ বিচাৰি পোৱাৰ পাছত আৰু জিলা কৰ্তৃপক্ষই উক্ত মৃতদেহটো পৰিয়ালৰ হাতত অৰ্পণ কৰে। তাৰ পাছত যোৱা শনিবাৰে দ্বিতীয়টো মৃতদেহৰ সন্ধান লাভ কৰিছিল উদ্ধাৰকাৰী দলে।

আজি ২৮ জানুৱাৰি সোমবাৰে এই মৃতদেহটো খনিৰ পৰা উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অহোপুৰুষাৰ্থ কৰি আছে। উদ্ধাৰকাৰী দলৰ মুখপত্ৰগৰাকীয়ে জনাইছে যে চিআইএলে ৩৪ ঘণ্টাত খনিটোৰ পৰা প্ৰায় ৩৮,৫৫,৬০০ লিটাৰ পানী উলিয়াই দিয়া হৈছে। আনহাতে কেএছবিয়ে নিষ্কাষণে ৫ঘণ্টা ধৰি তেওঁলোকৰ পাম্প চলাই আছে আৰু মুঠ নিষ্কাষিত পানীৰ পৰিমাণ ৯,৯০,০০০ লিটাৰ হৈছেগৈ।

উৰিষ্যা অগ্নি নিৰ্বাপক বাহিনীৰ পৰিসেৱা বন্ধ কৰি এতিয়া কিৰ্লোস্কাৰ ব্ৰাডাৰ্ছ লিমিটেডৰ পাম্প স্থাপন কৰা হৈছে। বৰ্তমান পাম্প আৰু পাইন সংযোগৰ কাম চলি আছে।

মুখপাত্ৰগৰাকীয়ে আৰু কৈছে যে এই উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দলক সহায় কৰিছে ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বাহিনীয়ে।

Recent News

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd