• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বিদ্যালয়ত সংস্কৃত প্ৰাৰ্থনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন পাঁচজনীয়া খণ্ড বিচাৰপীঠলৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2019 8:30 am
05718de8d253c3f6200803379ea7038a

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত সংস্কৃত শ্লোকৰ প্ৰাৰ্থনা ‘‘অসতো মা সদগময়’ আৰু ওম সহ না ভৱতু’ বাধ্যতামূলক কৰাৰ ফলত সংখ্যালঘুসকলৰ ধৰ্মীয় মৌলিক অধিকাৰ খৰ্ব হ’ব নেকি? এই প্ৰশ্নৰ অৱতাৰণা কৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন উচ্চতম ন্যায়ালয়ে সোমবাৰে পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে।

মধ্যপ্ৰদেশৰ ছিংৰাউলিৰ এগৰাকী বাসিন্দা বিনায়ক শ্বাহে দাখিল কৰা এই আৱেদনখনত হিন্দু শাস্ত্ৰৰ পৰা চয়ন কৰা এই শ্লোকৰ প্ৰাৰ্থনাই কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ ধৰ্ৰ অধিকাৰ খৰ্ব কৰাই নহয় লগতে এই ধৰণৰ প্ৰাৰ্থনাৰ প্ৰতি সন্মত নোহোৱা যুক্তিবাদী তথা নিৰপেক্ষ চিন্তাধাৰাৰ লোকসকলৰ অধিকাৰকো আঘাত কৰিব বুলি উল্লেখ কৰি ইয়াক বন্ধ কৰাৰ আৰ্জি তুলিছে। ‘টাইমছ অৱ ইণ্ডিয়াত’ প্ৰকাশিত এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

Apply Now

ন্যায়াধীশ আৰ এফ নৰিমণ আৰু বিনীত ছাৰণৰ খণ্ড বিচাৰপীঠক আৱেদনকাৰী শ্বাহে কৈছে, ‘’ শিক্ষক আৰু ছাত্ৰৰ উপস্থিতিত ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাত এই শ্লোকসমূহৰ আবৃত্তি বাধ্যতামূলক কৰাৰ বাবে অত্যধিক গুৰুত্ব দিয়াৰ জৰিয়তে ছাত্ৰসকলৰ যুৱ মনত বৈজ্ঞানিক মানসিকতাৰ উন্নয়ন তথা বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব।‘’

আনহাতে, মহাধিবক্তা তুষাৰ মেহতাই যুক্তি দৰ্শাই কয় যে প্ৰশ্ন উত্থাপিত হোৱা হিন্দু শাস্ত্ৰৰ পৰা চয়ন কৰা শ্লোক কেইটা ‘চিৰন্তন সত্য’ৰ অভিব্যক্তি। সেয়েহে ইয়াক ধৰ্মীয় চিন্তাৰ মাজত ধৰিব নোৱাৰি। ‘’সংস্কৃতত থকা সকলোবোৰ কথাই ধৰ্মীয় চৰিত্ৰৰ নহয়। কাইলৈ হয়তো বিদ্যালয়ত শিকাই অহা ইংৰাজীৰ পৰা গ্ৰহণ কৰা ‘সাধুতাই উত্তম উপায়’ (Honesty is best policy) খণ্ড বাক্যটিক খ্ৰীষ্টানৰ বাণী হিচাপে ব্যাখ্যা কৰিব পাৰে।‘’

মেহতাই লগতে উচ্চতম ন্যায়ালয়ৰ প্ৰতীকত থকা ‘যথা ধৰ্ম তথা জয়’ খণ্ড বাক্যটিও সংস্কৃতৰ পৰাই লোৱা বুলিও আঙুলিয়াই দিয়ে। হিন্দু শাস্ত্ৰ গীতা আৰু মহাভাৰতৰ পৰা গ্ৰহণ কৰা এই বাক্যশাৰীয়ে উচ্চতম ন্যায়ালয়ক ধৰ্মনিৰপেক্ষ হোৱাত বাধাদিছে নেকি বুলিও মেহতাই প্ৰশ্ন কৰে।

ইপিনে খণ্ড বিচাৰপীঠে মেহতাক এই যুক্তিবোৰ আবেদনখনৰ শুনানিৰ সময়ত সাংবিধানিক বিচাৰপীঠৰ আগত দাঙি ধৰিবলৈ কয়। তদুপৰি, বিচাৰপীঠখনে আবেদনখন এখন উপযুক্ত বিচাৰপীঠত শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰে।

আৱেদনখনত লগতে কেন্দ্ৰীয় বিদ্যালয়সমূহত বৈজ্ঞানিক মানসিকতা আৰু শিক্ষাক উৎসাহিত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়খনে নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হয়।

বাৰতত মুঠতে ১১০০ খন কেন্দ্ৰীয় বিদ্যালয় আছে। পঞ্চাশ বছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ দ্বাৰা পৰিচালিত এই বিদ্যালয়সমূহ আৰম্ভ কৰা হৈছিল। অসমতো তিনিটা  মণ্ডলৰ অধীনত মুঠতে ১২০ খন কেন্দ্ৰীয় বিদ্যালয় আছে । ইয়াৰ ভিতৰত গুৱাহাটীৰ অধীনত ৪৫ খন, শিলচৰৰ অধীনত ৩২খন আৰু তিনিচুকীয়াৰ অধীনত ৪৩খন বিদ্যালয় আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd