• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্মচাৰী পৰিষদৰ ধৰ্মঘটৰ ফলত হোজাইত স্তব্ধ চৰকাৰী কাম-কাজ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
January 30, 2019 8:00 pm
Hojai
859
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ৰাজ্যৰ আন ঠাইৰ লগতে হোজাইত জিলা কৰ্মচাৰী পৰিষদে গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জিলাখনৰ বিভিন্ন কাৰ্য্যালয়ৰ কাম-কাজ স্তব্ধ হৈ পৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈকে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ৰূপায়ণ কৰা হয়।

প্ৰতিবাদস্থলীত হোজাই জিলাৰ প্ৰায় ৩ শতাধিক কৰ্মচাৰী উপস্থিত আছিল। কৰ্মচাৰী পৰিষদে ধৰ্মঘটস্থলীত অসম চুক্তিৰ অৱমাননা নচলিব, জাতিধ্বংসী বিধেয়ক বাতিল কৰক, ধৰ্মক লৈ ৰাজনীতি নকৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জামাল আহমেদে কয়, ‘অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী প্ৰস্তাৱিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখন চৰকাৰে বাতিল কৰিব লাগে। অসমৰ প্ৰতিটো দল-সংগঠনৰ লগতে আমিও ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছো।’

এই ধৰ্মঘটত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা অনুপ বৰঠাকুৰ, হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জামাল আহমেদকে ধৰি কৰ্মচাৰী পৰিষদৰ বহুকেইটা ভাতৃ সংগঠনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ উক্ত ধৰ্মঘটৰ ফলত জিলাখনৰ চৰকাৰী স্কুল ছুটী দিবলগীয়া হোৱাৰ লগতে চৰকাৰী কাৰ্যালয়ৰ কাম কাজবোৰো বন্ধ হৈ পৰে।

প্ৰায় ৩ শতাধিক সদস্যই হোজাইৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰা এই কাৰ্য্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে-হাতে প্লে’কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গান দি কোনো কাৰনতে বিধেয়কখন মানি লোৱা নহ’ব বুলি সকিয়াই দিয়ে।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd