• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

সতীৰ্থ মহিলা মন্ত্ৰীক আপত্তিজনকভাৱে স্পৰ্শ কৰা ত্ৰিপুৰাৰ মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ বাওঁ মৰ্চাৰ

পিনাকী দাস by পিনাকী দাস
February 12, 2019 8:14 am
tripura-left-protest-750x375

ত্ৰিপুৰাত বাওঁ মৰ্চাৰ প্ৰতিবাদ। ফটো: নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ত ঘটা এটা অপ্ৰীতিকৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কিত মন্ত্ৰীজনৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ আছে ত্ৰিপুৰা।

শনিবাৰে সংঘটিত ঘটনাটোত এগৰাকী সতীৰ্থ মহিলা মন্ত্ৰীক প্ৰধান মন্ত্ৰীয়ে অংশগ্ৰহণ কৰা জনসভাত ত্ৰিপুৰাৰ ক্ৰীড়া মন্ত্ৰী মনোজ কান্তি দেবে আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ অভিযোগত মন্ত্ৰীজনৰ পদত্যাগ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে ত্ৰিপুৰাৰ বাওঁ মৰ্চায়।

Apply Now

ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মহিলা মৰ্চা আৰু সদৌ ভাৰতীয় গণতান্ত্ৰিক মহিলা সংস্থাই সোমবাৰে আগৰতলাত প্ৰতিবাদী সমদল উলিয়াই সমাজ কল্যাণ মন্ত্ৰী সান্ত্বনা চাকমাক আপত্তিজনকভাৱে স্পৰ্শ কৰা ক্ৰীড়া মন্ত্ৰীজনৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

আনহাতে, চি পি আই এমৰ ৰাজ্যিক সম্পাদক তথা বৰ্ষীয়ান নেতা বিজন ধৰে এখন সংবাদমেলত অংশগ্ৰহণ কৰি মনোজ কান্তি দেবৰ মন্ত্ৰী সভাৰ পৰা পদত্যাগ দাবী কৰি কয় যে ছচিয়েল মিডিয়াত প্ৰধান মন্ত্ৰী আৰু জনতাৰ সন্মুখত দিনদুপৰতে এগৰাকী মহিলা মন্ত্ৰীক কৰা এনে আচৰণ প্ৰকাশ পাইছে, এতিয়া তেওঁ কোনোপধ্যেই এই কাৰ্য্য ইচ্ছাকৃতভাৱে কৰা নাই বুলি ক’ব নোৱাৰে। বাওঁপন্থী নেতাজনে কমলপুৰ সংঘৰ্ষৰ লগতো মন্ত্ৰীজন জড়িত বুলি সংবাদমেলত উল্লেখ কৰি নিজে ক্ষমা বিচাৰি পদত্যাগ নকৰিলে মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰাৰ বাবে মু্খ্য মন্ত্ৰীক আহ্বান জনায়।

তদুপৰি, প্ৰধানমন্ত্ৰীৰ সন্মুখতে এনে ঘটনা সংঘটিত হ’বলৈ পালে ৰাজ্যৰ আইন-শৃখংলা পৰিস্থিতি কি পৰ্য্যায়ত আছে বুলি প্ৰশ্ন উত্থাপন কৰি ধৰে বিজেপি ক্ষমতালৈ অহাৰ পাছত ত্ৰিপুৰাত হত্যা, অপহৰণ, ধৰ্ষণ আদিৰ দৰে অপৰাধৰ সংখ্যা বৃদ্ধি হোৱা বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

ঘটনা সন্দৰ্ভত অধিক খবৰৰ বাবে পঢ়ক: https://assam.nenow.in/tripura-bjp-cries-foul-even-as-sports-ministers-indecent-video-goes-viral/

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd