• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বচ্ছ ভাৰত মিচনৰ অধীনত শিৱসাগৰত স্বচ্ছতা অভিযান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 15, 2019 5:55 pm
969
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন আৰবানৰ অধীনত নগৰখনত এক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

পৌৰসভাক এই কাৰ্যসূচীত সহযোগ কৰে চি আৰ পি এফ ৰ ১৪৭ নং বেটেলিয়ান, পৌৰসভাৰ অনাময় আঁচনিৰ কৰ্মীসকল,  ডে এন ইউ এল এফৰ কৰ্মীসকলৰ লগতে নগৰখনৰ বহুকেইটা আত্মসহায়ক গোটে। শিৱসাগৰ নগৰৰ ১৪ টা ৱাৰ্ডৰ বিভিন্ন স্থানত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰি জনসাধাৰণৰ মাজত স্বচ্ছতাৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।

ঐতিহাসিক শিৱসাগৰ পুখুৰী পৰাৰ পৰা আৰম্ভ কৰা এই চাফাই কাৰ্যসূচী শিৱদ’ল চৌহদ, পুৰণা পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, শিৱসাগৰ সদৰ আৰক্ষী চকী,  থানামুখৰ শান্তিবন শ্মশান, বহুকেইটা ৰাস্তা-ঘাট, বিদ্যালয় আদিত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰোপৰি নগৰৰ প্ৰতিটো ৱাৰ্ডত স্বচ্ছতাৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰে পৌৰসভাই।

আজিৰ এই চাফাই কাৰ্যসূচীত শিৱসাগৰ জিলা পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিংহ, চি আৰ পি এফ ৰ ১৪৭ নং, বেটেলিয়ানৰ কামাণ্ডেন্ট জেকব ভি টাচিং, পৌৰসভাৰ কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, চিটি প্ৰজেক্ট বিষয়া মৃদুল কুমাৰ নাথ উপস্থিত থাকে।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd