• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ ৰজাদিনীয়া বৰপুখুৰী পৰিস্কাৰৰ দায়িত্ব ল’লে চি আৰ পি এফে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 25, 2019 7:18 am
শিৱসাগৰৰ বৰপুখুৰীত চাফাই অভিযানৰ দৃশ্য।  আলোকচিত্ৰ : নৰ্থইষ্ট নাও

শিৱসাগৰৰ বৰপুখুৰীত চাফাই অভিযানৰ দৃশ্য। আলোকচিত্ৰ : নৰ্থইষ্ট নাও

537
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত চি আৰ পি এফ আৰু এছ ডি আৰ এফৰ সহযোগত দেওবাৰে শিৱসাগৰৰ মাজমজিয়াত থকা ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পাৰত চাফাই অভিযান চলোৱা হয়। ভাৰত চৰকাৰৰ অধীনত স্বচ্ছ ভাৰত মিছনৰ ‘‘ৱাটাৰ বডি ক্লিনিং’’ আঁচনিৰ অধীনত চাফাই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

উল্লেখ্যোগ্য যে,  ৪ মাৰ্চৰ পৰা শিৱ দ’লত আৰম্ভ হ’ব মহা শিৱৰাত্ৰী মেলা। বিগত বৰ্ষৰ পৰা শিৱৰাত্ৰিক বিশ্বমুখী কৰাৰ বাবে অসম চৰকাৰে আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ হিচাপে পালন কৰাৰ বাবে  উদ্যোগ গ্ৰহণ কৰিছে। দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটিব লগা আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ নগৰখন স্বচ্ছ আৰু নিকা কৰি ৰখাৰ উদ্দেশ্যৰে জিলা প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে।

জিলাখনৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে নিজে এই চফাই অভিযানৰ তদাৰক কৰে। কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ১৪৯ বেটেলিয়ান, এছ ডি আৰ এফ বাহিনীৰ প্ৰায় ৬০ জনীয়া এটা দলে চাফাই অভিযানত অংশ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সমগ্ৰ পুখুৰীটো পৰিস্কাৰ কৰাৰ দায়িত্ব  গ্ৰহণ কৰে চি আৰ পি এফে।

Recent News

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱাহাটিত অনুস্থিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱাহাটিত অনুস্থিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd