• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেটিং ব্যৰ্থতা : হাৰিয়ানাৰ বিপক্ষে ৭ উইকেটত পৰাস্ত অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2019 2:26 pm
Riyan Porag

প্ৰতিনিধিত্বমূলক চিত্ৰ

688
VIEWS
Share on FacebookShare on Twitter

বেটিং ব্যৰ্থতাৰ বাবেই পুনৰ পৰাজয়ৰ সন্মুখীন হ’ল অসমৰ ক্ৰিকেট দল। ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কটকৰ বাৰাৱতি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন মেচত হাৰিয়ানাই অসমক ৭ উইকেটত পৰাস্ত কৰে।

বৰষুণৰ বাবে ১৫ অভাৰলৈ হ্ৰাস কৰা মেচখনত হাৰিয়ানাই টছত জয়ী হৈ অসমক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। হাৰিয়ানাৰ বলাৰৰ সুনিয়ন্ত্ৰিত বলিঙৰ আগত তিষ্ঠিব নোৱাৰি অসমে নিৰ্ধাৰিত ১৫ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ৮০ ৰান কৰিবলৈ সক্ষম হয়।

অসমৰ হৈ অপেনাৰ বেটছমেন পল্লৱকুমাৰ দাসে ২২, ৰিয়ান পৰাগে ১৭, অধিনায়ক অমিত সিনহা আৰু আবু নেছিম আহমেদে ১১ ৰান কৰাৰ বাহিৰে কোনো এজন বেটছমেনেই দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

আনহাতে অসমৰ এই বেটিং ব্যৰ্থতাৰ মূলতেই আছিল হাৰিয়ানাৰ বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন। হাৰিয়ানাৰ হৈ সুমীত কুমাৰে ৪টা, জয়ন্ত যাদৱে ২টা, আছিছ হুডা আৰু ৰাহুল তেৱাতিয়াই এটাকৈ উইকেট দখল কৰে।

ইফালে ৮১ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিব অহা হাৰিয়ানাই মাত্ৰ ৮.৪ অভাৰতে তিনিটা উইকেট হেৰুৱাই মেচখনত বিজয়ী সাব্যস্ত কৰে। হাৰিয়ানাৰ হৈ য়াচু শৰ্মাই সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে। অসমৰ প্ৰীতম দাস আৰু জিতুমণি কলিতাই এটাকৈ উইকেট পায়।

উল্লেখ্য যে অসম দলটোৰ এয়া ক্ৰমাগত দ্বিতায় পৰাজয়। আজিৰ মেচৰ পূৰ্বে ২৭ ফেব্ৰুৱাৰি অৰ্থ্যৎ বুধবাৰে অসম উৰিষ্যাৰ হাতত পৰাস্ত হৈছিল।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd