• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত আকৌ বিধি পথালি, চৰকাৰৰ সদিচ্ছাক লৈ সন্দিহান আছু

অনির্বান পাঠক by অনির্বান পাঠক
March 2, 2019 7:11 am
NRC-750x375-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু আপত্তি সমুহৰ পৰীক্ষণৰ কাম চলি থকাৰ সময়তে অসম চৰকাৰে বহু বিষয়াৰ ৰদ-বদল কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। লগতে এন আৰ চিৰ কাম নিয়াৰিকৈ সম্পন্ন কৰাত চৰকাৰৰ সদিচ্ছাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

শুকুৰবাৰে এক বিবৃতিযোগে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে এন আৰ চিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে মাত্ৰ কেইটামানমাহহে বাকী থকা অৱস্থাত বিষয়া বদলিৰে এই প্ৰক্ৰিয়াত বিধি পথালি দিয়া বুলি মন্তব্য কৰিছে।

Apply Now

উল্লেখ্য যে, অসম চৰকাৰে শেহতীয়াভাৱে বিভিন্ন জিলাৰ পৰা ১৭ জনকৈ অতিৰিক্ত উপায়ুক্তক বদলি কৰিছে। ইয়াৰ পূৰ্বে কেইবাজনো উপায়ুক্তক চৰকাৰে বদলি কৰিছিল।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত উপায়ুক্তই জিলাখনৰ ন’ডেল বিষয়া হিচাপে দায়িত্বত থাকে। ইয়াৰ উপৰিও অতিৰিক্ত উপায়ুক্তকে ধৰি বিভিন্ন বিষয়া এন আৰ চি প্ৰক্ৰিয়াত জড়িত হৈ আছে। তেনে সময়ত বহু কেইজন উপায়ুক্ত বা অতিৰিক্ত উপায়ুক্তক বদলি কৰা বিষয়টো নিশ্চয়কৈ চিন্তনীয়।

ইপিনে চৰকাৰে বিষয়া সকলক বদলি কৰাৰ পাছত এই কাৰ্যৰ বিৰোধিতা কৰি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে বিবৃতিটোত কয়, ‘চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নামমুক্ত হোৱাটো বিচৰা নাই। সেয়ে এনেধৰণে বিধিপথালি দি আছে।‘

এন আৰ চিৰ কামত যাতে কোনো ধৰণৰ স্থৱিৰতা অহিব নোৱাৰে তাৰ বাবে এন আৰ চিৰ লগত জড়িত বিষয়া কৰ্মচাৰীক আন কামত নিয়োজিত নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে। সেই কথা সোঁৱৰাই দি আছুৱে কয় যে চৰকাৰে এতিয়া বিষয়াসকলক বদলি কৰি দেখ দেখকৈ এন আৰ চিৰ কামত বিধি পথালি দিছে।

উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ কামত তীক্ষ্ণ নিৰীক্ষণ আৰু কঠোৰ নিৰ্দেশনা দি থকাৰ পাছতো অসম চৰকাৰৰ এনে সিদ্ধান্তই ন্যায়ালয়ক অসন্মান কৰা বুলিও দীপাংক কুমাৰ নাথে মন্তব্য কৰিছে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd