• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ নৰ্থ-ইষ্ট য়ুনাইটেড ছেমিৰ প্ৰথম লেগত বেংগালুৰু এফ চিৰ বিৰুদ্ধে; টিকটত ১০০ টকা ৰেহাই

গুৱাহাটীৰ অনুৰাগীক উপস্থিত থাকিবলৈ অসমীয়াতে আহ্বান অধিনায়ক, নাইজেৰিয়ান তাৰকা অগবেচেৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2019 5:52 pm
North East United Semis
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই এছ এলত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে প্ৰথম লেগৰ খেলত শক্তিশালী আৰু শীৰ্ষস্থানৰ দল বেংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ঘৰুৱা খেলপথাৰত হ’ব লগীয়া খেলখনত দলটোৰ মেনেজমেণ্টে দৰ্শকৰ উষ্ম সঁহাৰি আশা কৰিছে। দলটোৰ টুইটাৰত কোৱা হৈছে, “আহক ষ্টেডিয়াম পূৰ্ণ কৰি দিওঁ, শেষবাৰৰ বাবে”।

গোটেই ছিজনটোতে আশাব্যঞ্জক প্ৰদৰ্শন আগ বঢ়াই অহা নৰ্থ-ইষ্ট য়ুনাইটেডে “কাইলৈ আটাইতকৈ ভাল প্ৰদৰ্শন কৰিব”, এই আশা পুহি আছে অনুৰাগীসকলেও। অঞ্চলটোত যথেষ্ট ফুটবলপ্ৰেমী আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ সমৰ্থক থকালৈ চাই কাইলৈৰ খেলত ষ্টেডিয়াম ভৰি উঠিব পাৰে।

Apply Now

কাইলৈ জয়ী হৈ থাকিলে ছেমিৰ দ্বিতীয় লেগৰ খেল ড্ৰ ৰাখিলেও ফাইনেললৈ উন্নীত হ’ব দলটো, যিটো প্ৰথমবাৰৰ বাবে হ’ব। দল দুটাৰ দ্বিতীয় লেগৰ খেল আছে ১১ মাৰ্চত। গুৰুত্বপূৰ্ণ হ’ব পাৰে ডাচ্ছ প্ৰশিক্ষক এলকো স্কাটৰী (Eelco Schattorie) ৰ গেইম প্লেন আৰু অধিনায়ক অগবেচেৰ প্ৰদৰ্শন।

উল্লেখ কৰিব পাৰি যে এইখনে হ’ব নৰ্থ-ইষ্ট য়ুনাইটেডে নিজৰ খেলপথাৰত খেলা অন্তিম খেল। গতিকে দলৰ মেনেজমেণ্টে ঘৰুৱা দৰ্শকৰ বাবে ৰেহাইৰ দামত টিকট এৰি দিছে। ২৫০ টকাৰ পৰিৱৰ্তে ১৫০ টকাত টিকট আগ বঢ়োৱা বুলি জানিব পৰা গৈছে।

Captain Bartholomew Ogbeche invites you to come back the team this Thursday as we take on Bengaluru FC! 💪🏻🙌🏻

Tickets ➡️ https://t.co/qCSrc7Jz2s

Offline – Nehru and Sarusajai Stadium
Reliance Trends Police Bazar, Shillong#8States1United #StrongerTogether #NEUBEN pic.twitter.com/Ss5aEfzNn0

— NorthEast United FC (@NEUtdFC) March 4, 2019

দলটোৰ স্বত্বাধিকাৰী জন আব্ৰাহামে দলটোক সমৰ্থন কৰিবলৈ উত্তৰ-পূবৰ অনুৰাগীসকলক ষ্টেডিয়ামলৈ যাবলৈ ইতিমধ্যে এটা অনুৰোধ কৰিছে। অধিনায়ক তথা নাইজেৰিয়ান ফ’ৰৱাৰ্ড বৰ্থলমিউ অগবেচেক (Bartholomew Ogbeche) এটা বাণীবদ্ধ ভিডিঅ’ৰ জৰিয়তে অসমীয়াতে দৰ্শকসকলক উপস্থিত থাকিবলৈ আহ্বান জনোৱা দেখা গৈছে।

“কি খবৰ গুৱাহাটীবাসী? আশা কৰিছো যে ৭ মাৰ্চত আমাৰ খেল চাবলৈ সকলো আহি আছে”, অশেষ কষ্টস্বীকাৰ কৰি ভঙা অসমীয়াত আহ্বান তাৰকা খেলুৱৈজনৰ।

ছেমিত দুয়োটা লেগৰ খেলৰ ফলাফলত আগ বাঢ়ি থকা দলটোৱে মুম্বাই চি টি আৰু এফ চি গোৱাৰ মাজৰ বিজয়ীৰ সৈতে ফাইনেল খেলিব। ফাইনেল ১৭ মাৰ্চত মুম্বাইত অনুষ্ঠিত হ’ব। আই এছ এলৰ পূৰ্বৰ চাৰিটা ছিজনত কলকাতা আৰু চেন্নাই, দুয়োটাই দুবাৰকৈ খিতাপ দখল কৰিছে। কিন্তু এইবাৰ দুয়োটা দলেই ছেমিত প্ৰৱেশ কৰিবলৈ অসমৰ্থ হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd