• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মাৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2019 12:12 pm
Parag Sarma
927
VIEWS
Share on FacebookShare on Twitter

সাংস্কৃতিক জগতৰ বাবে এক দুঃখবৰ। ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা হিচাপে পৰিচিত পৰাগ শৰ্মা আৰু নাই। মহানগৰৰ নেমকেয়াৰ হাস্পতালত দীৰ্ঘদিন ধৰি জণ্ডিচ আৰু লিভাৰৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মঞ্চজগতৰ এইজন অভিনেতাই নিশা ২ বাজি ৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত অভিনেতা গৰাকীয়ে পত্নী, একমাত্ৰ পুত্ৰৰ লগতে বহুতো আত্মীয় স্বজন তথা অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত বৃন্দাবন থিয়েটাৰত অভিনয় কৰা পৰাগ শৰ্মাৰ মৃত্যুৰ সময়ত হাস্পতালত পৰিয়ালৰ সৈতে নাট্যকাৰ তথা পৰিচালক অভিজিৎ ভট্টাচাৰ্য, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি, নজৰুল হকৰ লগতে কিছু সময়ৰ বাবে অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ যতীন বৰাও উপস্থিত আছিল।

ভ্ৰাম্যমানৰ প্ৰায়বোৰ আগশাৰীৰ থিয়েটাৰতে বলিষ্ঠ অভিনয় কৰা পৰাগ শৰ্মাৰ মৃত্যু মঞ্চ জগতৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি বুলি বহুতো অভিনেতা তথা গুণমুগ্ধই মন্তব্য কৰাৰ লগতে সকলোৱে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

আনহাতে, মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শিল্পীগৰাকীৰ নলবাৰী জিলাৰ গামাৰিমূৰী গাঁৱ স্থিত বাসগৃহত শুভাকাংক্ষী তথা অজস্ৰ গুণমুগ্ধই ভিৰ কৰিছেহি।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd