• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত স্থাপন কৰা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ শাখা কাৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 2:55 pm
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়
147
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা শাখা কাৰ্যালয় স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

এই সংক্ৰান্তত মন্ত্ৰীজনে বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সুষমা স্বৰাজক দেওবাৰে ফোন কৰাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উক্ত শাখা স্থাপনৰ বাবে নিশ্চয়তা প্ৰদান কৰে বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক উক্ত শাখা কাৰ্যালয়টো স্থাপনৰ বাবে এটুকুৰা উপযুক্ত স্থান বিচাৰি উলিয়াবলৈ কোৱা হৈছে বুলি ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীজনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে গুৱাহাটীত অহা মাহত অনুষ্ঠিত হ’ব লগীয়া ‘এডভাণ্টেজ আছাম’ত অংশগ্ৰহণৰ বাবে অসম চৰকাৰে ইতিপূৰ্বে এছিয়ান দেশ সমূহৰ লগতে প্ৰতিবেশী দেশ সমূহকো আমন্ত্ৰণ জনাইছে।

Recent News

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd