• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি দ্বিতীয় লেগৰ ছেমিত পুনৰ নৰ্থ-ইষ্ট য়ুনাইটেড বনাম বেংগালুৰু এফ চি

প্ৰথম লেগৰ ছেমিফাইনেলত নৰ্থ-ইষ্ট য়ুনাইটেডে বেংগালুৰু এফ চিক ২-১ৰ ব্যৱধানত পৰাস্ত কৰিছিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2019 10:18 am
northeast-united-bengaluru-fc_z4jh9zopfpof11a3urw8j54tl-768x452

প্ৰতিনিধিত্বমূলক চিত্ৰ

418
VIEWS
Share on FacebookShare on Twitter

আজি নৰ্থ-ইষ্ট য়ুনাইটেড আৰু দেশৰ এক নম্বৰৰ ফুটবল দল বেংগালুৰু এফ চিৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয় লেগৰ ছেমিফাইনেল। মেচখন বেংগালুৰুৰ শ্ৰী কান্তিৰাবা ষ্টেডিয়ামত বিয়লি ঠিক সাত বজাৰ পৰা অনুষ্ঠিত হ’ব।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন লেগৰ ছেমিফাইনেলত নৰ্থ-ইষ্ট য়ুনাইটেডে বেংগালুৰু এফ চিক ২-১ৰ ব্যৱধানত পৰাস্ত কৰিছিল। যদিহে আজিৰ মেচখন নৰ্থ-ইষ্ট য়ুনাইটেডে জয় বা ড্ৰ কৰাব পাৰে তেন্তে আই এছ এলৰ ইতিহাসত দলটোৱে প্ৰথমবাৰলৈ প্ৰৱেশ কৰিব ফাইনেলত।

২-১ৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লৈ নৰ্থ-ইষ্টে আজি খেলপথাৰত নামিব যদিও বেংগালুৰুৰ বিৰুদ্ধে যুঁজ দিয়াতো সহজ নহ’ব। কিয়নো আজিৰ মেচখনত নৰ্থ-ইষ্টৰ তাৰকা খেলুৱৈ অগবেচ আৰু বৰ্গেছৰ খেলা সম্ভাৱনা ক্ষীণ। ইয়াৰ সম্পূৰ্ণ সুযোগ লৈ বেংগালুৰু এফ চিয়ে ঘৰুৱা সমৰ্থকৰ উপস্থিতিত আক্ৰমণাত্মক খেলেৰে আলহী দলটোক বিপদত পেলোৱাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে নাইজেৰিয়ান তাৰকা তথা নৰ্থ-ইষ্টৰ অধিনায়ক অগবেচে লেগৰ প্ৰথমখন ছেমিফাইনেলত হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। তেওঁ বৰ্তমান সুস্থ হৈ উঠিছে নে নাই সেই বিষয়ে দলীয় মেনেজমেণ্টে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। যদিহে আজিৰ গুৰুত্বপূৰ্ণ মেচখনত তাৰকা খেলুৱৈগৰাকী খেলপথাৰত নানামে তেন্তে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড।

ইফালে আজিৰ মেচখন সম্পৰ্কে নৰ্থ-ইষ্টৰ প্ৰশিক্ষক ছেট্টৰীয়ে প্ৰৱল আত্মবিশ্বাসেৰে কয়, ‘প্ৰথম মেচখনত দুজনকৈ খেলুৱৈৰ আঘাত সত্ত্বেও আমি মেচ জিকিছো। আমি ফাইনেল খেলাৰ লক্ষ্যৰেই আহিছো। গতিকে মেচ জিকিহে উভতিম’।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd