• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্ত আৰক্ষীয়ে স্বদেশীক বিদেশী সজোৱাৰ অভিযোগ এ বি এম ছুৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 11, 2019 8:42 pm
ABAMSU

তামুলপুৰত এ বি এম ছুৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অকল উপাধি  আৰু ধৰ্মীয় সংখ্যালঘুৰ গইনালৈ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশীৰ নামত সীমান্ত আৰক্ষীয়ে বাৰম্বাৰ হাৰাশাস্তি কৰি আহিছে। সীমান্ত আৰক্ষীয়ে ষড়যন্ত্ৰমূলক ভাবে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰি মানৱ অধিকাৰ খৰ্ব কৰি আহিছে। এই অভিযোগ তামুলপুৰ জিলা এবি এম ছুৰ সভাপতি টাইছন হুছেইনৰ।

তামুলপুৰ প্ৰেছ ক্লাৱত আজি বিয়লি ৪.৩০ বজাত আয়োজিত এক সংবাদমেলত ছাত্র নেতা গৰাকীয়ে এবি এম ছুৱে অসম চুক্তিৰ আধাৰত অসমত এখন নিকা আৰু বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত হোৱাতো সমৰ্থন কৰে বুলি উল্লেখ কৰে।

Apply Now

আনহাতে, সীমান্ত আৰক্ষীয়ে একমাত্ৰ উপাধিৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজাবলৈ অহৰহ চেষ্টা কৰি আছে বুলি ছাত্ৰনেতাজনে উল্লেখ কৰি এই কাৰ্য্য কোনোপধ্যে সহ্য কৰা নহব বুলি মন্তব্য কৰে।

আনহাতে, সংবাদ মেলত হুছেইনে তথ্য সহকাৰে বাক্সা জিলাৰ ২নং গোৰেশ্বৰৰ চৈয়দ ছোহৰাব আলীক ২০১৭ চনত  তামুলপুৰ বিদেশী ন্যায়াধিকৰণে আই এম ডি টি গোচৰ নম্বৰ ৮১৯/২০২ মৰ্মে বিদেশী বুলি জাননী জাৰি কৰি বিদেশী ন্যায়াধিকৰণত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে বুলি প্ৰমান দাঙি ধৰে। ন্যায়াধিকৰণৰ নিৰ্দেশ মৰ্মে হাজিৰ হৈ ছোহৰাব আলীয়ে ভাৰতীয় বুলি তথ্য দাখিল কৰাত তেওঁক প্ৰকৃত ভাৰতীয় বুলি ৰায় দিয়ে।

উল্লেখযোগ্য যে, ছোহৰব আলীক ভাৰতীয় বুলি ৰায় দিয়াৰ পাছতো ২০১৭ চনৰ শেষৰ ফালে আলীক পুনৰ বিদেশী ন্যায়াধিকৰণে সীমান্ত আৰক্ষীৰ জৰিয়তে সন্দেহযুক্ত বিদেশী বুলি জাননী প্ৰেৰণ কৰে।

তামুলপুৰ বিদেশী ন্যায়াধিকৰণে ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীত প্ৰকৃত ভাৰতীয় নাগৰিক বুলি ৰায় দান কৰা ব্যক্তি গৰাকীক পুনৰ  দ্বিতীয় বাৰৰ বাবে সন্দেহযুক্ত বিদেশী বুলি  জাননী জাৰি কৰাত ব্যক্তি গৰাকী হতভম্ব হৈ পৰে। তৎসত্তেও আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁ পুনৰ তামুলপুৰ বিদেশী ন্যায়াধিকৰণত হাজিৰ হৈ ভাৰতীয় নাগৰিক হোৱাৰ উপযুক্ত নথি-পত্ৰ দাখিল কৰে। এই নথি-পত্ৰ পৰীক্ষা কৰি চৈয়দ ছোহৰাব অলীক ২০১৮ চনৰ ১৫ মাৰ্চত ভাৰতীয় নাগৰিক হিচাপে দ্বিতীয় বাৰৰ বাবে ৰায় দান দিয়ে।

অতি আশ্বৰ্য্যজনকভাবে তৃতীয় বাৰৰ বাবে পুনৰ ছোহৰাব আলীক ন্যায়াধিকৰণে ২০১৯ চনৰ ১৯ জানুৱাৰীত সন্দেহযুক্ত নাগৰিক বুলি সীমান্ত আৰক্ষীৰ জৰিয়তে জাননী জাৰি কৰাত ক্ষোভিত হৈ পৰে ছোহৰাব আলী।

দৰিদ্ৰ পৰিয়ালৰ ছোহৰাবে নিজৰ কষ্টোপাৰ্জিত ধন খৰছ কৰি তামুলপুৰ বিদেশী ন্যায়াধিকৰণত তাঁতবাটি কাঢ়িব লগা হৈছে।টাইছন হুছেইনে অভিযোগ কৰি কয় যে অকল উপাধিৰ বাবেই খিলঞ্জীয়া ভাৰতীয় নাগৰিক হোৱা স্বত্তেও ছোহৰাবৰ দৰে বহু প্ৰকৃত ভাৰতীয় নাগৰিক সীমান্ত আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখিন হ’বলগা হৈছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd