• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দোধোৰ-মোধোৰ স্থিতিত অগপ; এতিয়াও ল’ব পৰা নাই মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 12, 2019 7:53 am
Guwahati- AGP central general meeting

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ তৎপৰতা। সেই উদ্দেশ্যেৰে অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলেও ১১ মাৰ্চত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

দিচপুৰত বিধায়ক ফণীভূষণ চৌধুৰীৰ আৱাসত নিশা অনুষ্ঠিত হোৱা বৈঠকখনত দলটোৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত সমিতিয়ে মিত্ৰতাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা বুলি বুলি জানিব পৰা গৈছে।

Apply Now

ইয়াৰ উপৰি দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে কোন কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই সম্পৰ্কেও বিশদভাৱে আলোচনা কৰে। এই কথা জানিবলৈ দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

বিধায়ক কলিতাই কয়, ‘আজি দহটা সমষ্টিৰ প্ৰাৰ্থী তালিকাক লৈ আলোচনা হৈছে। এই সন্দৰ্ভত মঙলবাৰে পুনৰ বৈঠক অনুষ্ঠিত হ’ব’। ইপিনে, মিত্ৰতাক লৈ নীতি নিৰ্ধাৰণ সমিতিয়ে কোনো সিদ্ধান্ত লোৱা নাই বুলিও তেওঁ প্ৰকাশ কৰিছে।

ইফালে অগপ-বিজেপিৰ মিত্ৰতাক লৈ বিভিন্ন মহলত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ থকা সম্পৰ্কত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয়, ‘অগপই কাৰো লগত মিত্ৰতা বিচৰা নাই। আমি নিজে অগপক শক্তিশালী কৰাৰ চেষ্টা কৰিছো’।

আনহাতে অগপক বিজেপিয়ে মিত্ৰতাৰ বাবে আহ্বান জনোৱাৰ লগতে তিনিটা সমষ্টি আঞ্চলিক দলটোক এৰি দিব বিচৰা বুলিও দলটোৰ এটা নিৰ্ভৰযোগ্য সূত্ৰই জনাইছে। সূত্ৰটোৱে কয় যে ধুবুৰী, বৰপেটা আৰু কলিয়াবৰত বিজেপিৰ ভেটি দুৰ্বল সেয়ে মিত্ৰতা কৰি সেই সমষ্টি কেইটা অগপক এৰি দিব বিচাৰিছে।

কিন্তু লক্ষ্যণীয় বিয়ষ এয়ে যে বিজেপিয়ে মিত্ৰতা সন্দৰ্ভত দিয়া প্ৰস্তাৱক আঞ্চলিক দলটোৰ নেতৃত্বই এই পৰ্যন্ত সন্মতি জনোৱা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd