• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃণমূল কৰ্মীক প্ৰবঞ্চনা কৰি বিজেপিৰে মিত্ৰতা কৰা বিশ্বাসঘাতক অগপত নাথাকে লাচিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2019 4:58 pm
Lachit Bordoloi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঞ্চলিকতাবাদ তথা জাতীয়তাবাদত বিশ্বাসী অসমৰ জনসাধাৰণক অন্ধকাৰত ৰাখি অসম গণ পৰিষদ দলৰ কেইজন মান স্বাৰ্থলোভী নেতাই পুনৰ এবাৰ বিজেপিৰে মিত্ৰতা কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰিলে অগপ নেতা লাচিত বৰদলৈয়ে।

আঞ্চলিকতাবাদী নেতাগৰাকীয়ে বুধবাৰে অগপ সভাপতি অতুল বৰালৈ এক পত্ৰযোগে নিজৰ পদত্যাগৰ কথা জনায়। পদত্যাগৰ পিছতে তেওঁ অসম গণ পৰিষদ দলক বিশ্বাস ঘাতকৰ দল আখ্যা দিয়ে।

Apply Now

ইয়াৰ উপৰি বৰদলৈয়ে অতি ক্ষোভেৰে কয় যে অসম গণ পৰিষদ দলৰ নেতৃ্ত্বই দলটোৰ তৃণমূল কৰ্মীৰ পৰা কোনো ধৰণৰ মতামত নোলোৱাকৈয়ে বিজেপিৰে মিত্ৰতা কৰাৰ সিদ্ধান্ত লৈছে। নেতৃত্বৰ এই ধৰণৰ সিদ্ধান্তৰ প্ৰতিবাদ স্বৰূপে বৰদলৈয়ে দল ত্যাগ কৰা বুলি মন্তব্য কৰে।

উল্লেখনীয় যে আঞ্চলিক দলটোৰ আৰ্থিক অৱস্থা অতি দুৰ্বল বাবেই দলটোৰ নেতৃত্বই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিবলৈ ওলোৱা বুলি চৰ্চা হৈ থকা প্ৰসংগত বৰদলৈয়ে কয়, ‘হাৱাই চেন্ডেল এৰি হাৱাই জাহাজত উঠাৰ কাৰণেহে ইমান দিনে পুঁজি সংগ্ৰহ কৰিব নোৱাৰিলে অগপৰ নেতৃত্বই’।

এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে সুপৰিচিত লাচিত বৰদলৈয়ে ২০১০ চনত যোগদান কৰিছিল অসম গণ পৰিষদ দলত। ‘আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই অগপত যোগদান কৰাৰ সিদ্ধান্ত লৈছিলো’। এইদৰে কয় বৰদলৈয়ে।

ইয়াৰ উপৰি সদ্য পদত্যাগী নেতা গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ অগপই বিজেপিৰে মিত্ৰতা এৰিছিল। কিন্তু এতিয়া পুনৰ মিত্ৰতা কৰি অগপই কেব সন্দৰ্ভত তেওঁলোকৰ স্থিতি প্ৰমাণ কৰি দিলে।

উল্লেখ্য যে বিজেপিয়ে অগপক তিনিখন আসন এৰি দিব বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰা প্ৰসংগতো বৰদলৈয়ে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে তিনিখন আসনৰ এখনতো যদি জয়ী হয় তেন্তে সেয়া অগপই ভাগ্য বুলিহে ক’ব লাগিব।

আঞ্চলিকতাবাদত বিশ্বাসী লাচিত বৰদলৈয়ে কোনো ৰাষ্ট্ৰীয় দলত যোগদান নকৰে বুলি স্পষ্টতাৰে উল্লেখ কৰে।

আনহাতে বিজেপিৰে মিত্ৰতা কৰা প্ৰসংগত অসন্তুষ্টি প্ৰকাশ কৰি অগপৰ আইন উপদেষ্টা হেমেন বৰাৰ লগতে হাজো সমষ্টিৰ অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাংগঠনিক সম্পাদক আনছেৰ আলীয়েও আজি দলত্যাগ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd