• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় শক্তিক পৰাস্ত কৰিবলৈ ছিকিমত একত্ৰিত চাৰি আঞ্চলিক শক্তি

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
March 14, 2019 11:42 am
sikkim-progressive-alliance-1-750x375

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে হাত মিলালে ছিকিমৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দলে। আসন্ন নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি সমূহক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে এই চাৰি আঞ্চলিক দলে ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স (এছ পি এ) নামৰ মিত্ৰজোঁট গঠন কৰিছে।

বুধবাৰে ছিকিমৰ ৰাজধানী গেংটকত চাৰিওটা দলৰ মাজত অনুষ্ঠিত বৈঠকতে মিত্ৰতা সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

ছিকিম সংগ্ৰাম পৰিষদৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ দিল কুমাৰী ভাণ্ডাৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকখনত ছিকিম নেশ্যনেল পিপলছ পাৰ্টী, ছিকিম ৰাজ্য মঞ্চী, ছিকিম য়ুনাইটেড ফ্ৰণ্ট আৰু ছিকিম সংগ্ৰাম পৰিষদৰ শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।

চাৰিওটা দলৰ নেতা-কৰ্মীৰ মাজত দীঘলীয়া সময় ধৰি হোৱা আলোচনাৰ অন্তত ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স নামেৰে জোঁটবন্ধন গঠন কৰি ৰাজ্যখনত একেলগে অনুষ্ঠিত হ’ব লগীয়া বিধানসভা আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বুধবাৰৰ বৈঠকতে সৰ্বসন্মতি ক্ৰমে ছিকিম ৰাজ্য মঞ্চীৰ অধ্যক্ষ তথা বিধায়ক ৰূপ নাৰায়ণ চামলিঙক আহ্বায়ক, ছিকিম সংগ্ৰাম পৰিষদৰ অধ্যক্ষ দিল কুমাৰী ভাণ্ডাৰিক মুখ্য উপদেষ্টা, ছিকিম নেশ্যনেল পিপলছ পাৰ্টীৰ অধ্যক্ষ আৰু ছিকিম য়ুনাইটেড ফ্ৰণ্টৰ অধ্যক্ষক এছ পি এৰ উপদেষ্টা হিচাপে নিৰ্বাচিত কৰা হয়।

আনহাতে ছিকিম সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক ডি বি বাছনেটক এছ পি এৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়ে। ইফালে এছ পি এৰ তৰফৰ পৰা অতি শীঘ্ৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি জনায়।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd