• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আত্মসমৰ্পণৰ ঢল আলফা (স্বাধীন)ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2019 6:58 pm
ULFA-I surrenders mount after Burmese military action against Northeast rebels

শেহতীয়াকৈ আত্মসমৰ্পণ কৰা আলফা (স্বাধীন)ৰ বিদ্ৰোহীসকল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ চাগাইং দিভিজনৰ তা গাত বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আলফা (স্বাধীন)ত পৰিলক্ষিত হৈছে আত্মসমৰ্পণৰ ঢল।

ভাৰতৰ বিৰুদ্ধে যুঁজত তা গাই উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰ মূল কেন্দ্ৰৰূপে কাম কৰি আহিছিল।

Apply Now

এন এচ চি এচ-কে নিয়ন্ত্ৰণাধীন তা গা এলেকাত আলফা (স্বাঃ)ৰ দৰে বিদ্ৰোহী গোটেও শিবিৰ স্থাপন কৰিছিল।

ভাৰতীয় বাহিনীক নিয়মীয়াকৈ আক্ৰমণ কৰি অহা বিদ্ৰোহী ঐক্যমঞ্চ UNLFSWEA (United Liberation Front of Western South East Asia)ৰ অংশ আছিল এন এচ চি এন-কে আৰু আলফা (স্বাঃ)কে ধৰি ৪টা গোট।

ফেব্ৰুৱাৰিৰ প্ৰথম ভাগত বাৰ্মিজ সেনা তাতমাদাও-এ তা গাৰ এন এচ চি এন-কে মুখ্যালয় দখল কৰাৰ পিছত এলেকাটোৰ আলফা (স্বাঃ) শিবিৰসমূহত চলোৱা আক্ৰমণত মে’জৰ জ্যোতিৰ্ময় অসমৰ মৃত্যু হোৱাৰ লগতে সংগঠনটোৰ আন কেইজনমান সদস্যও হতাহত হৈছিল।

তেতিয়াৰে পৰা আলফা (স্বাধীন) চেদেলি-ভেদেলি হৈ পৰিছে।

ভাৰতীয় সেনাৰ সূত্ৰই জনোৱা অনুসৰি অসহায় হৈ পৰা একাংশ সৈনিকে অসম-নাগালেণ্ড সীমান্তত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আৰম্ভ কৰিছে।

যোৱা এপষেকত কমেও ৭গৰাকী আলফা (স্বাঃ) বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে। সেনা সূত্ৰই ইতিমধ্যে নৰ্থ ইষ্ট নাও-ক তেওঁলোকৰ সবিশেষ যোগান ধৰিছে:

১) চাৰ্জেন্ত বৃন্দাবন মৰাণ ওৰফে বিপুল ওৰফে বৰুণ অসম, বয়স ৩৪ বছৰ, পিতা মিনেশ্বৰ মৰাণ, শিমলুগুৰি গাওঁ, বৰদুমচা আৰক্ষী থানা, তিনিচুকীয়া।

২) লেন্স কৰ্প’ৰেল মনজিত মৰাণ ওৰফে বসন্ত মৰাণ ওৰফে মজিদ, বয়স ২৯ বছৰ, পিতা প্ৰয়াত তেতেৰা মৰাণ, তৰানি গাওঁ, পেঙেৰি, তিনিচুকীয়া।

৩) লেন্স কৰ্প’ৰেল ধনেশ্বৰ মৰাণ ওৰফে সজ্জন অসম ওৰফে তুতু, বয়স ৩১ বছৰ, পিতা তিপেশ্বৰ মৰাণ, ৰিতু কঠালগুৰি গাওঁ, পেঙেৰি থানা, তিনিচুকীয়া।

৪) লেন্স কৰ্প’ৰেল লভিত গোহাঁই ওৰফে উৎপল অসম ওৰফে লেপা, বয়স ২৬ বছৰ, পিতা পৰ্বেশ্বৰ গোহাঁই, ৰিতু কঠালগুৰি গাওঁ, পেঙেৰি থানা, তিনিচুকীয়া।

৫) লেন্স কৰ্প’ৰেল সঞ্জিত মৰাণ ওৰফে শেখৰজ্যোতি অসম, বয়স ২৫ বছৰ, পিতা ৰঞ্জিত মৰাণ, নয়া কঠালগুৰি গাওঁ, বৰদুমচা থানা, তিনিচুকীয়া।

৬) শত্ৰুবন দহোতীয়া ওৰফে নিঞ্জা অসম, বয়স ২৭ বছৰ, পিতা ধীৰেন দহোতীয়া, বৰালি গাওঁ, কাকপথাৰ থানা, তিনিচুকীয়া।

৭) লেন্স কৰ্প’ৰেল দিগন্ত মৰাণ ওৰফে আমাৰ অসম, বয়স ২৯ বছৰ, পিতা দেৱেশ্বৰ মৰাণ, তেকেৰি গাওঁ, পেঙেৰি থানা, তিনিচুকীয়া।

দেখা গৈছে যে আত্মসমৰ্পণকাৰী আলফা (স্বাঃ) বিদ্ৰোহীসকলৰ বেছিসংখ্যকেই মৰাণ সম্প্ৰদায়ৰ।

আলফা (স্বাঃ)ৰ সামৰিক শাখাৰ মুৰব্বী পৰেশ বৰুৱাৰ ঘনিষ্ঠ লেফতেনেন্ত জীৱন মৰাণেও আত্মসমৰ্পণৰ চিন্তা-চৰ্চা কৰিছে বুলিও কিছু বু বু বা বা ওলোৱা পৰিলক্ষিত হৈছে।

চোৰাংচোৱা সূত্ৰসমূহে জনোৱা মতে সংগ্ৰামখন বৰ্তি থকাক লৈ পৰেশ বৰুৱাৰ সৈতে তেওঁৰ কিছু মতবিৰোধ হোৱা যেন লাগিছে আৰু তেওঁ ভাৰত চৰকাৰৰ সৈতে চলিত আলোচনাত আলোচনাৰত আলফাৰ সৈতে যোগ দিব খোজে।

অসমৰ সাৰ্বভৌমত্ব সন্দৰ্ভত আলোচনাৰ অবিহনে পৰেশ বৰুৱা আলোচনাৰ বিৰোধী।

ধাৰণা হৈছে তেওঁ চীনৰ নিৰাপদ আশ্ৰয়ত আছে, যোৱা বছৰৰ শেহৰ ফালে হোৱা পথ দুৰ্ঘটনাত পোৱা আঘাতৰ চিকিৎসা চলাই আছে, যিসময়ত যুঁজাৰুসকল বেমাৰত ভোগাৰ লগতে খাদ্য সংকট আৰু বাৰ্মিজ আৰ্মিৰ চিকাৰ হ’ব লগা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd