• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী স্বীকৃতি, সা-সুবিধা প্ৰদানৰ দাবীত আৰু বেচৰকাৰীকৰণৰ প্ৰতিবাদত অংগনৱাড়ী কৰ্মী আৰু সহায়কাৰী য়ুনিয়নৰ প্ৰতিবাদ ধৰ্মনগৰত

পান্না ঘোষ by পান্না ঘোষ
January 17, 2018 5:02 pm
ত্ৰিপুৰা অংগনৱাড়ী কৰ্মী আৰু সহায়কাৰী য়ুনিয়নৰ প্ৰতিবাদ

ত্ৰিপুৰা অংগনৱাড়ী কৰ্মী আৰু সহায়কাৰী য়ুনিয়নৰ প্ৰতিবাদ

193
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী স্বীকৃতি, চাকৰিৰ নিয়মীয়াকৰণ, ১৮০০০ টকালৈকে দৰমহা বৃদ্ধি, গ্ৰেচু্ইটিৰ সৈতে ৩০০০ টকাৰ পেঞ্চন প্ৰদান, ই পি এছ আৰু ই এছ আই সুবিধা প্ৰদানৰ দাবীত সমগ্ৰ দেশজুৰি আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, দুপৰীয়াৰ আহাৰৰ কৰ্মীসকলে আজি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপে ত্ৰিপুৰাৰ ধৰ্মনগৰটো এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

৬ বছৰ বয়সতকৈ তলৰ শিশু আৰু তেওঁলোকৰ মাতৃসকলক খাদ্য, বিদ্যালয়পূৰ্ব শিক্ষা আৰু প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰি অহা সংহত শিশু বিকাশ সেৱা (ICDS) কাৰ্য্যসূচীৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধেও কৰ্মীসকলে প্ৰতিবাদ জনায়।

অৱশ্যে দুপৰীয়াৰ আহাৰৰ কৰ্মী সকলে দাবী সমূহ সমৰ্থন কৰিলেও দুপৰীয়া বিদ্যালয়ত খাদ্য ৰান্ধিব লগা হোৱাৰ বাবে তেওঁলোকে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিব নোৱাৰিলে।

ধৰ্মনগৰৰ চি আই টি য়ু কাৰ্য্যালয়ৰ পৰা সমদলটো আৰম্ভ হয়।

উল্লেখযোগ্য যে দীৰ্ঘদিনজুৰি সমগ্ৰ দেশৰ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু দুপৰীয়াৰ আহাৰৰ কৰ্মীসকলে এইসমূহ সুবিধা দাবী কৰি আহিছে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd