• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ১১ খন আসনত বিজেপিৰ সৈতে কোনো দলৰে নহয় প্ৰতিদ্বন্দ্বিতা : হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2019 2:49 pm
f3e9fc52-f32a-4bb9-8eae-b070e8a76efc

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দেওবাৰে সাংবাদিকৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’লোকসভা নিৰ্বাচনত কোনো দলেই বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। অসমৰ ১১ খন আসনত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয়।‘’ দেওবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দৃঢ়তাৰে এই কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে মিত্ৰজোঁটত থকা অগপৰ তিনি সমষ্টি ক্ৰমে কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীকেইগৰাকী প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব বুলি তেওঁ মন্তব্য কৰে।

Apply Now

ইপিনে, তেওঁৰ দৃঢ়তাৰ পৰা স্পষ্ট হৈ পৰে যে বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া দহখন আসনৰ ওপৰিও বিপিএফৰ কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ নাইবা অন্য দলৰ সৈতে কোনোধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয় বা অনায়াসে বিজেপিয়ে জয়লাভ কৰিব।

আনহাতে, স্বভাৱসুলভভাৱে তেওঁ কংগ্ৰেছ আৰু এআইয়ুডিএফক সমালোচনা কৰি কয়, ‘’কংগ্ৰেছ আৰু এ আইয়ুডিএফ দুয়োটা দলেই তুষ্টিকৰণৰ ৰাজনীতি কৰে। lতেওঁৰ মতে ‘দুয়োটা দলেই অসমৰ একাংশ বিশেষ শ্ৰেণীৰ লোকৰ মাজত তুষ্টিকৰণৰ প্ৰতিযোগিতা কৰে।‘

তদুপৰি, বিজেপিৰ বাবে তুষ্টিকৰণৰ ৰাজনীতিৰ কোনো অৰ্থ নাথাকে বুলি দাবী কৰি তেওঁ কয়, ‘কাৰণ আমি তুষ্টিকৰণৰ ৰাজনীতি নকৰো।‘

ইপিনে, তুষ্টিকৰণৰ বিৰোধিতা কৰা সকলে বিজেপিক ভোট দিব বুলিও তেওঁ দাবী কৰে।

ইয়াৰোপৰি তেওঁ কয়, ‘২৬ মাৰ্চৰ ৪ বজাৰ পাছত গম পোৱা যাব কংগ্ৰেছ আৰু এআইয়ুডিএফৰ যোগ আছে নে বিয়োগ আছে।‘

আনহাতে, টিকট নোপোৱাক কেন্দ্ৰ কৰি নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই আৰু তেওঁৰ পত্নী ৰীতা নাথ গোহাঁই তথা  তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই সংবাদমাধ্যমৰ আগত মুকলি বিদ্ৰোহ বা ক্ষোভ প্ৰকাশ কৰাৰ পাছতো এয়া সংবাদমাধ্যমৰ সৃষ্টি বুলিহে মন্তব্য কৰে মন্ত্ৰীজনে।

‘‘বিজেপিৰ সাংগঠনিক ভেটি ইমানেই শক্তিশালী যে টিকট নোপোৱাৰ শাখা এটা আমাৰ দলত নাই। ৰমেন ডেকা ডিফুলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে গুচি গ’ল। কাইলৈৰ পৰা বিজয়া চক্ৰৱৰ্তীয়ে তেজপুৰ আৰু যোৰহাটত প্ৰচাৰ চলাব। কংগ্ৰেছৰ দৰে টিকট নোপোৱাৰ ধাৰা এটা বিজেপিত নাই,‘’ হিমন্তই কয়।

অৱশ্যে লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ টিকটৰ পৰা বঞ্চিত বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অচিৰেই ভাল দিন আহিব বুলি ঘোষণা কৰে  মন্ত্ৰীজনে।

হিমন্তই কয়, ‘’জুন মাহত কামাখ্যা প্ৰসাদ তাছাৰ দিন ভাল হ’ব বুলি জানো। টিকট নোপোৱাসকলৰো ভাল দিন আহিব পাৰে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd