• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছেৰে বুজাবুজি? : মাত্ৰ তিনিখন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব এআইয়ুডিএফে

অনির্বান পাঠক by অনির্বান পাঠক
March 25, 2019 2:46 pm
58ade43c-7532-472f-bde2-4af7aae10a54

এআইয়ুডিএফৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

434
VIEWS
Share on FacebookShare on Twitter

অসমত এ আই য়ু ডি এফে মাত্ৰ তিনিখন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে প্ৰকাশ কৰা তিনিটা সমষ্টি ক্ৰমে বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জতে কেৱল প্ৰতিদ্বন্দ্বিতা কৰিব।

সোমবাৰে গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

বিজেপি যাতে কোনো কাৰণতে ক্ষমতালৈ আহিব নোৱাৰে তালৈ লক্ষ্য ৰাখি বিজেপিক প্ৰতিহত কৰিবৰ বাবেই বৰ্তমানৰ সমষ্টি কেইটাত দলটোৱে প্ৰাৰ্থী প্ৰদান কৰিছে বুলি ইছলামে সদৰী কৰে।

তদুপৰি, সাধাৰণ সম্পাদকগৰাকীয়ে বিজেপিয়ে ধৰ্মৰ ক্ষেত্ৰত ৰাজনীতি কৰি সংঘাতৰ সৃষ্টি কৰিছে বুলি অভিযোগ তুলি লগতে কয় যে গাদী ৰক্ষাৰ স্বাৰ্থত তথা ক্ষমতাৰ স্বাৰ্থত বিজেপিয়ে অসমক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।

বিজেপিক এ আই য়ু ডি এফৰ মূল শত্ৰু বুলি উল্লেখ কৰি নেতাগৰাকীয়ে অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত কয় যে অগপই নিৰ্লজভাৱে বিজেপিৰ লগত মিত্ৰতা কৰিছে।

আনহাতে, সাধাৰণ সম্পাদক আমিনুল ইছলামে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই বুলি জানিব দিয়ে।

অৱশ্যে, এ আই য়ু ডি এফৰ এই সিদ্ধান্তই কংগ্ৰেছৰ সৈতে দলটোৰ গোপন বুজাবুজিৰ ইংগিত বহন কৰাটোহে পৰিলক্ষিত হৈ পৰিছে।

Recent News

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd