• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি

উত্তম শইকীয়া by উত্তম শইকীয়া
April 2, 2019 9:29 pm
611
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত দুদিনীয়াকৈ অনুষ্ঠিত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ দ্বি বার্ষিক অধিবেশনৰ আজি সামৰণি পৰে। উক্ত অধিবেশনত পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি পাপু শইকীয়াক সভাপতি আৰু কুলেশ বৰাক সম্পাদক হিচাপে লৈ জিলা সমিতি গঠন কৰা হয়।

ইফালে বৰ্ণাঢ্য সাংস্কৃতিক শােভাযাত্রাৰে আজি পুৱা দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়। সাংস্কৃতিক  শোভাযাত্ৰা উদ্ধোধন কৰে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা আৰু অভিনেত্ৰী অনন্যা কাশ্যপে। দুপৰীয়ালৈ বঁটা বিতৰণী আৰু সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল চুতীয়াই।

চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অুনষ্ঠানত চুতীয়া জাতি আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

সন্ধিয়ালৈ অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মধুমাধৱ শইকীয়াই। অনুষ্ঠানত অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশিত দেওপাহাৰ নামৰ এখন স্মৃতিগ্রন্থ উন্মােচন কৰা হয়। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াৰ লগতে বিভিন্ন জাতি জনগােষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ। সন্ধ্যালৈ হোৱা সাংস্কৃতিক সন্ধ্যাত জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী আৰু বিপিন চাউদাঙে গীত পৰিৱেশন কৰে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd