• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেকফুটত হাগ্ৰামা : উৰ্খাও ব্ৰহ্মক পূৰ্ণ সমৰ্থনৰ ঘোষণা এ আই য়ু ডি এফৰ

ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিত ঐক্যবদ্ধ হৈ যুঁজিব এ আই য়ু ডি এফ-য়ু পি পি এলে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 4:30 pm
UPPL candidate Urkhao Gwra Brahma

য়ু পি পি এলৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্ম। ফটো উৎস : ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক দলসমূহে যে একমাত্ৰ ক্ষমতাৰ বাবেহে ৰাজনীতি কৰে সেয়া ৰাজ্যৰ ৰাজনীতিত পুনৰ এবাৰ প্ৰমাণিত হ’ল এ আই য়ু ডি এফ আৰু য়ু পি পি এলৰ মিত্ৰতাই। আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা য়ু পি পি এলৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্মৰ বিজয় নিশ্চিত কৰাৰ বাবেই দলটোৱে মিত্ৰতাত আৱদ্ধ হ’ল এ আই য়ু ডি এফৰ সৈতে।

বুধবাৰে গুৱাহাটীৰ হাতীগাঁওস্থিত হোটেল গ্ৰেণ্ড মেজিষ্ট্ৰিত দুয়োটা দলে যৌথভাৱে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে। এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু য়ু পি পি এলৰ উপ-সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে সংবাদমেল সম্বোধন কৰি কয় যে হাগ্ৰামা মহিলাৰীৰ দল বি পি এফক পৰাস্ত কৰা আৰু উৰ্খাও ব্ৰহ্মক বিজয়ী কৰাৰ স্বাৰ্থতে দুয়োটা দলে এই মিত্ৰতাৰ পাশত আবদ্ধ হৈছো।

Apply Now

মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি কয় যে উন্নয়নৰ স্বাৰ্থত কোকৰাঝাৰত বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক পৰাস্ত কৰিবই লাগিব।

কোকৰাঝাৰত এ আই য়ু ডি এফে য়ু পি পি এলক সহায় কৰাৰ বিপৰীতে ধুবুৰী আৰু বৰুপেটা লোকসভা সমষ্টিত এ আই য়ু ডি এফৰ প্ৰাৰ্থীক সহায় কৰিব য়ু পি পি এলে।

আনহাতে মঙলদৈ সমষ্টি সন্দৰ্ভত দুয়োটা দলে ৰহস্যজনক স্থিতি অৱলম্বন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে মঙলদৈ সমষ্টিত এ আই য়ু ডি এফে প্ৰাৰ্থী দিয়াৰ পৰা বিৰত থকাৰ বিপৰীতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে য়ু পি পি এল। সেয়ে সাংবাদিকে মঙলদৈ সমষ্টি সম্পৰ্কে এ আই য়ু ডি এফৰ স্থিতি কি হ’ব বুলি প্ৰশ্ন সোধাত সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব বুলি আমিনুল ইছলামে মন্তব্য কৰে।

মঙলদৈ সমষ্টি সন্দৰ্ভত আমিনুল ইছলামে কয় যে দুয়োটা দলে ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিৰ বাবেহে বুজাবুজি কৰিছো। মঙলদৈ সম্পৰ্কে একো সিদ্ধান্ত লোৱা নাই। সেয়ে মঙলদৈত কোন প্ৰাৰ্থীক ভোট দিব সেয়া ভোটাৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি কয় ইছলামে।

সেয়া যি কি নহওক, কোকৰাঝাৰ সমষ্টিৰ বাবে দুয়োটা দলৰ মিত্ৰতাই এতিয়া স্বাভাৱিকতে শলঠেকত পেলাব বি পি এফক। ইতিমধ্যে উৰ্খাও ব্ৰহ্ম প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে। তদুপৰি সমষ্টিটোত অবড়োৰ প্ৰসংগৰে সাংসদ হোৱা নৱ শৰনীয়াইও প্ৰমীলা আৰু উৰ্খাওৰ বিৰুদ্ধে ব্যাপক ৰূপত চলাই আছে প্ৰচাৰ অভিযান।

এ আই য়ু ডি এফ-য়ু পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্ম, বৰ্তমানৰ সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে হাগ্ৰামা নেতৃত্বাধীন বি পি এফে কি ৰণ কৌশল প্ৰস্তুত কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd