• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যৱসায়ীৰ ভোট বিচাৰি গণেশগুৰি বজাৰত বিজেপি সভাপতি ৰঞ্জিত দাস

অনির্বান পাঠক by অনির্বান পাঠক
April 7, 2019 10:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ বতৰত চৌদিশে এতিয়া ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ প্ৰচাৰ কাৰ্য্য তুংগত উঠিছে। প্ৰচাৰৰ বাবে বিভিন্ন জনে লৈছে বিভিন্ন পন্থা। তাৰ মাজতেই আজি গনেশগুৰি বজাৰত প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

দেওবাৰে বিয়লি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে গুৱাহাটীৰ গণেশগুৰিত উপস্থিত হৈ ব্যৱসায়ীসকলৰ মাজত লোকসভা নিৰ্বাচনৰ বাবে দলৰ হৈ প্ৰচাৰ চলায়।

Apply Now

গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা প্ৰচাৰ কাৰ্য আৰম্ভ কৰি দাসে গণেশগুৰিৰ পাচলি বজাৰ, মাছ বজাৰ, ফল-মূলৰ বজাৰৰ পৰা কাপোৰৰ বজাৰলৈ সকলো ব্যৱসায়িক প্ৰতিস্থানলৈ গৈ ব্যৱসায় সকলৰ লগত কথা পাতে আৰু বিজেপি আৰু মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়।

এই প্ৰচাৰ অভিযানত ৰাজ্যিক সভাপতিগৰাকীক সংগ দিয়ে বিজেপিৰ অৰ্ধ শতাধিক কৰ্মীয়ে।

ইপিনে নিৰ্বাচনী প্ৰচাৰ চলাই বিভিন্ন ধৰণৰ লোকক লগ পাব পৰা সুন্দৰ স্থান হিচাপে বজাৰক অভিহিত কৰে ৰঞ্জিত দাসে। নিৰ্বাচনী সভালৈ যাব নোৱাৰা ব্যৱসায়ীকলৰ বাবেহে তেওঁ বজাৰলৈ অহা বুলিও মন্তব্য কৰে।

‘যি সময়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ সভা অনুষ্ঠিত কৰা হয় সেই সময়ত ব্যৱসায়ীসকল ব্যৱসায়ত ব্যস্ত থাকে। তেওঁলোকক বজাৰলৈ আহি লগ পাব পাৰিছো। ইয়াৰ উপৰিও ৰাজনৈতিক-অৰাজনৈতিক সকলো ব্যক্তি, গ্ৰাহক আদিকো বজাৰত লগ পাব পাৰি। একেবাৰে তৃণমূল পৰ্যায়লৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি’, ৰঞ্জিত দাসে কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰঞ্জিত দাসে শিৱসাগৰ, যোৰহাট আৰু তেজপুৰৰ বজাৰতো এইদৰে প্ৰচাৰ চলাইছিল। ইয়াৰ উপৰিও তেওঁ অসমৰ আন আন মুখ্য বজাৰসমূহতো প্ৰচাৰৰ বাবে যাবলৈ চেষ্টা চলাব বুলি জানিবলৈ দিয়ে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd