• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ইস্তাহাৰত নাগৰিকত্ব বিধেয়ক : যোৰহাটত অগপ-বিজেপিত খহনীয়া, কংগ্ৰেছত যোগদান ৫ শতাধিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2019 8:01 am
Election violence in Arunachal Pradesh

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰেনট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবই বুলি সংকল্প প্ৰকাশ কৰাৰ পিছত অসমত দলটোৱে ব্যাপক হাৰত ভোটাৰ হেৰুৱাব ধৰিছে।

প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইঘণ্টামান থকা অৱস্থাত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অগপ-বিজেপিৰ প্ৰায় ৫০০ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগাদান কৰিছে।

Apply Now

কংগ্ৰেছৰ এটা সূত্ৰই কয় যে এই নেতা-কৰ্মীসকল জাতীয়তাবাদী মনোভাবৰ বাবে আৰু বিজেপিয়ে ইস্তাহাৰত পুনৰ শাসনলৈ আহিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ’ব বুলি প্ৰকাশ কৰাৰ পিছতে দলটো আৰু ইয়াৰ মিত্ৰ অগপক ত্যাগ কৰিবলৈ সিদ্ধান্ত কৰে।

নিৰ্বাচনৰ প্ৰাতমুহূৰ্তত ঘটা এই ঘটনাই যোৰাহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈক যথেষ্ট ক্ষতি কৰিব বুলি অনুমান কৰা হৈছে।

তৰাজান ১ নং সোণাৰি গাঁও, লিচুবাৰী আৰু দ-গাঁৱৰ বহুকেইজন মধ্যমীয়া স্তৰৰ নেতা আৰু কৰ্মীয়ে বিজেপিৰ পৰা কংগ্ৰেছত যোগাদান কৰাৰ বিপৰীতে টীয়ক বিধানসভা সমষ্টিৰ বামুণপুখুৰী আৰু বলমাত মঙলবাৰে বিজেপি দলৰ মুঠ ৭০জন নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

আনহাতে টীয়কৰ বামুণপুখুৰীত অনুষ্ঠিত এখন নিৰ্বাচন সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত কাকজান চাহ বাগিচাৰ ৫০জন বিজেপি কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে বুলি সূত্ৰটোৱে কয়।

ইপিনে সমষ্টিটোৰ বলমাত কংগ্ৰেছৰ নেত্ৰী পল্লৱী শইকীয়া গগৈৰ উপস্থিতিত বলমা পঞ্চায়তৰ ২০জন অগপ আৰু বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। ইয়াৰ এদিন পূৰ্বে ৰাজৈত বিজেপি আৰু অগপৰ প্ৰায় ৪০জন নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।

এইদৰে টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিজেপি আৰু অগপ দলৰ প্ৰায় ৫০০নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে বুলি দলটোৰ সূত্ৰই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd