• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এফালে মন্ত্ৰীৰ নৃত্য আনফালে দৰমহাৰ মুখ নেদেখাকৈয়ে বৰপেটাত মৃত্যু শিক্ষকৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 11, 2019 10:08 am
17db0b84-6fca-4ea9-afea-fafb8fe3f364

দেৱান আশ্ৰফ আলী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীৰ চূড়ান্ত মিথ্যাচাৰ তথা ভেন্সাৰ শিক্ষকৰ দুৰৱস্থাক কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলশ্ৰুতিত ৰাজ্যত বৃদ্ধি পাইছে ভেন্সাৰ শিক্ষকৰ মৃত্যুৰ ঘটনা।

বছৰ বছৰ ধৰি বিনা বেতনে মানৱ সম্পদ গঢ় দি অহা ৰাজ্যৰ ভেন্সাৰ শিক্ষক কৰ্মচাৰীসকলক পৰিবৰ্তনকামী চৰকাৰখনেও চূড়ান্তভাবে বঞ্চিত কৰাত খোদ ৰাজ্যিক বিজেপিৰ গৃহ সমষ্টি সৰভোগত বুধবাৰে এগৰাকী শিক্ষকে কৰুণ মৃত্যুক সাৱটি লয়।

Apply Now

৩৫ বছৰে দৰমহাৰ মুখ নেদেখাকৈ মৃত্যুক সাৱটি লোৱা দুৰ্ভগীয়া শিক্ষক গৰাকী হ’ল দেৱান আশ্ৰফ আলী (৫৯) ৷ বৰপেটা জিলাৰ বৰবাৰীঝাৰত ১৯৭৯ চনত স্থাপন কৰা নৱমিলন এম ই বিদ্যালয়খনত ১৯৮৩ চনত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা আলীয়ে মৃত্যুৰ আগমুহুৰ্তলৈ প্ৰধান শিক্ষক পদত অধিষ্ঠিত আছিল।

প্ৰাদেশিকীকৰণ সন্দৰ্ভত বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ চূড়ান্ত হেমাহিৰ বাবেই প্ৰধান শিক্ষক গৰাকীয়ে চৰম হতাশাত দিন অতিবাহিত কৰিছিল। অৱশেষত বুধবাৰে বিয়লি প্ৰায় ৩ বজাত নিজ বাসগৃহতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দুৰ্ভগীয়া শিক্ষক গৰাকীৰ মৃত্যু হয়। প্ৰধান শিক্ষক গৰাকীৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে।

এনেদৰে দৰমহাৰ মুখ নেদেখাকৈয়ে শিক্ষকজনে মৃত্যুক আকোৱালি ল’ব লগীয়া হোৱা ঘটনাক অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

এক বিবৃতিত ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মা আৰু বৰপেটা জিলা শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসে জনায় যে, বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিগত প্ৰায় তিনি  বছৰ ধৰি শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণত অযথা বিলম্ব কৰাৰ বাবে মানৱ সম্পদ গঢ় দি অহা ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীয়ে জীৱনৰ নিৰাপত্তা হেৰুৱাই পেলাইছে।

ইয়াৰ উপৰি পূৰ্বে পাই থকা আৰ্থিক সাহায্যখিনিও এইখন চৰকাৰে কাঢ়ি নিয়াৰ ফলত আৰ্থিক দীনতাত ভেন্সাৰ শিক্ষক কৰ্মচাৰী সকলে মৃত্যুৰ ক্ষণ গণি থকা বুলিও ঐক্যমঞ্চৰ নেতা দুগৰাকীয়ে জনায়।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd