• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওৰ ৮টা দুৰ্গম ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰী দল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 15, 2019 7:16 pm
Dima Hasao

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয় পৰ্যায়ত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে ডিমা হাচাও জিলা প্ৰশাসন। প্ৰতিকূল বতৰক নেওচি আজি পাৰ্বত্য জিলাৰ দুৰ্গম অঞ্চল জিনাম ভেলিৰ উদ্দেশ্যে ৰাওনা হৈছে ভোটগ্ৰহণকাৰীৰ এটা দল।

জিনাম ভেলিৰ মুঠ আঠটা পোলিং ষ্টেশ্যনৰ কাৰণে কৰ্মীসকলে ই ভি এম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ হাফলঙৰ পৰা ৰাওনা হয়। এই দলটোৱে শিলচৰ হৈ জিনাম ভেলিত উপস্থিত হ’ব। দলটোত ৫৩ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মী থকাৰ বিপৰীতে ১৮ গৰাকী আৰক্ষী আৰু এগৰাকী জ’নেল বিষয়া আছে।

Apply Now

উল্লেখ্য যে পাহাৰীয়া জিলাখনৰ মুঠ ২৪২টা পোলিং ষ্টেশ্যনত ভোটগ্ৰহণ অনুষ্ঠিত  হ’ব। যাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। মুঠ ১৩৭৩১৭ গৰাকী ভোটাৰে নিজৰ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। য’ত পুৰুষ ভোটাৰৰ সংখ্যা  ৬৯,৩৪২ আৰু মহিলা ভোটাৰ ৬৭৯৭৫ গৰাকী।

আনহাতে এই নিৰ্বাচনৰ কাৰণে প্ৰায় দুই হেজাৰ চৰকাৰী কৰ্মী নিয়োগ কৰা হৈছে। আজি জিলাখনৰ ৮টা পোলিং ষ্টেশ্যনৰ বাবে বিষয়াসকল ৰাওনা হোৱাৰ বিপৰীতে অহা কাইলৈ  ৮৭টা আৰু অহা ১৭ এপ্ৰিলত ১৪৭টা পোলিং ষ্টেশ্যনৰ বাবে কৰ্মীসকল ৰাওনা হ’ব।

ইপিনে জিলা ৰিটাৰ্নিং বিষয়া তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই আজি জিনাম ভেলিৰ উদ্দেশ্যে ৰাওনা হোৱা দলটোৰ লগতে বিহু উৎসৱ বাদ দি নিৰ্বাচনী কামত যুক্ত হৈ থকা সকলো বিষয়া-কৰ্মীকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

উপায়ুক্ত ৰাজখোৱাই জিলাখনত ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ হ’ব বুলি মন্তব্য কৰে। তেওঁ লগতে পাৰ্বত্য জিলাখনত তেনেধৰণৰ কোনো স্পৰ্শকাতৰ বা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ নাই বুলিও কয়।

ইফালে আজি জিনাম ভেলিৰ উদ্দেশ্যে ভোট কৰ্মীসকল ৰাওনা হোৱাৰ পূৰ্বে জেনেৰেল অবজাৰ্ভাৰ সুন্দৰলাল শীলে প্ৰতিটো চেলতে উপস্থিত হৈ কাম-কাজৰ বিভিন্ন খতিয়ান লয়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd