• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ।। ব’হাগৰ পহিলা দিনা শিক্ষাবিদ, সমাজকৰ্মীক সম্বৰ্ধনা সাহিত্য সভাৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
April 16, 2019 6:12 pm
Sivasagar: Asom Sahitya Sabha falicitated educationists, social workers on the first day of Assamese new year

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত ষাঠিৰোৰ্দ্ধৰ ব্যক্তিক অসম সাহিত্য সভাই প্ৰত্যেক বছৰে ব’হাগৰ পহিলা দিনটোত ওলগ জনাই আহিছে। অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত ৰুদ্ৰসাগৰ, গৌৰীসাগৰ, চাৰিং, হাফলুটিং আৰু জাঁজী শাখা সাহিত্য সভায়ো বিগত বৰ্ষৰ দৰে এইবছৰ ব’হাগৰ পহিলা দিনটোত নিজ নিজ এলেকাত বহুকেইজন শিক্ষাবিদ, সমাজকৰ্মী তথা সাহিত্যিকক ওলগ জনায়।

ৰুদ্ৰসাগৰ শাখা সাহিত্য সভাই অঞ্চলটোৰ চাৰিজনকৈ ব্যক্তি– ভটীয়াপাৰৰ শিক্ষাবিদ কামাখ্যা বৰুৱা, নাট্যকাৰ প্ৰমোদ বৰুৱা, ৰূপহীবিল বনগাঁৱৰ সমাজকৰ্মী দণ্ডিধৰ দাস আৰু বলীয়াঘাট অঞ্চলৰ সমাজকৰ্মী হৰিসাধন দাসক একোখনকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে ওলগ জনায়।

Apply Now

সম্বৰ্ধনা কাৰ্য্যসূচীত ৰুদ্ৰসাগৰ শাখা সাহিত্য সভাৰ সম্পাদক মৃগাংক হাজৰিকা, কাৰ্য্যকৰী সভাপতি সৰোজ বৰুৱা, সদস্য সোণমাই হাজৰিকাকে ধৰি বহুকেইজনে অংশগ্ৰহণ কৰে।

গৌৰীসাগৰ শাখা সাহিত্য সভায়ো বিশিষ্ট সমাজকৰ্মী কাতিৰাম বৰা আৰু সুৰেশ শইকীয়াক ওলগ জনায়। গৌৰীসাগৰ শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদককে ধৰি বিষয়ববীয়া ক্ৰমে সুৰেশ বৰা, তৰুণ গগৈ, ঘন ভৰালী, মৃণাংক শইকীয়া, মনজিৎ ফুকন, আনন্দ বৰুৱা আৰু হৰিসাধন দাসে কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰি চাৰিং আৰু হাফলুটিং শাখা সাহিত্য সভায়ো পৃথকে পৃথকে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা সাহিত্যিক ক্ৰমে বিষ্ণু প্ৰসাদ নাথ, বিনু ফুকন, নিৰ্মলা দুৱৰা, প্ৰবীন কাকতি আৰু প্ৰতাপ কাকতিক ওলগ জনায়। চাৰিং শাখাৰ সভাপতি, সম্পাদক তথা সদস্য ক্ৰমে তুৱাৰাম খনিকৰ, দীপক বৰা, বিষ্ণু কাকতি, বীৰেশ্বৰ খনিকৰ আৰু ৰাজেন ফুকনে প্ৰত্যককে একোখনকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে ওলগ জনায়।

অন্যহাতে জাঁজী শাখা সাহিত্য সভায়ো বিশিষ্ট শিক্ষাবিদ প্ৰেমধৰ নেওগক ওলগ জনায়। অনুষ্ঠানটোত শাখাটোৰ বিষয়ববীয়া ক্ৰমে প্ৰতাপ কুমাৰ বৰুৱা, জ্যোতিপ্ৰসাদ গগৈ, অসীম দত্ত আৰু অপৰূপা শইকীয়া আদি উপস্থিত থাকে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd