• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙ জিলাত ৪ কিঃ মিঃ দীঘল বিশাল বাইক ৰেলি উলিয়ালে কংগ্ৰেছ দলে

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
April 16, 2019 7:56 pm
Congress took out huge poll byke rally in Assam's Darrang
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায় তথা অসমৰ অন্তিমটো পৰ্য্যায়ৰ প্ৰচাৰৰ অন্তিম দিনা অৰ্থ্যাৎ ১৬ এপ্ৰিল মঙলবাৰে দৰং জিলাত ৪ কিঃ মিঃজোৰা এক বিশাল বাইক সমদল বাহিৰ কৰে কংগ্ৰেছ দলে।

৮নং মঙলদৈ সমষ্টিৰ দলটোৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ সমৰ্থনত এই বৃহদাকাৰ সমদলটো উলিওৱা হৈছিল।

স্বয়ং প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ উপস্থিতত ছিপাঝাৰৰ নাৰিকলিৰ পৰা খাৰুপেতীয়ালৈকে উলিওৱা সমদলটোত নেতৃত্ব দিছিল অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই। বৰাৰ লগতে সমদলটোত অসমৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, জয়নাথ শৰ্মা আদি কংগ্ৰেছ নেতাও উপস্থিত আছিল।

সমদলটোত অংশগ্ৰহণ কৰা কংগ্ৰেছ সমৰ্থকসকলে দলটোৰ পতাকা জোকাৰিছিল আৰু শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে আৰু কংগ্ৰেছ দল আৰু ইয়াৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ সমৰ্থনত শ্ল’গান দিছিল।

পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি কলিতাই দাবী কৰে যে যিহেতু লোকসকল তিনিটা ধাৰাৱাহিক বাৰত ১৫ বছৰে বিজেপি সাংসদসকলৰ বিফলতাত বিৰক্ত গতিকে তেওঁ পৰ্য্যাপ্ত পৰিমাণে আত্মবিশ্বাসী যে ভোটাৰসকলে তেওঁক সমষ্টিতো বিজেপিৰ পৰা কাঢ়ি আনিবলৈ সমৰ্থন কৰিব।

Tags: নিৰ্বাচন ২০১৯
ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

August 17, 2025 7:27 pm
“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

August 17, 2025 6:52 pm
অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিলৰ দাবী! আছু আৰু শিক্ষক সংগঠনসমূহৰ বৈঠক

অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিলৰ দাবী! আছু আৰু শিক্ষক সংগঠনসমূহৰ বৈঠক

August 17, 2025 6:51 pm
‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

August 17, 2025 7:27 pm
“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

August 17, 2025 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd