• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতুল বৰা: জেঠত বিহু পতাসকলক চান্দা নিদিব, অসমীয়াৰ কাম নাচি থকাটোৱেই নহয়

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 17, 2019 8:50 pm
Coronavirus: All Rongali Bihu programmes cancelled in Guwahati

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালীৰ আনন্দ উদযাপন চলি থকাৰ মাজতে দিচপুৰৰ বিধায়ক অতুল বৰাই জেঠত বিহু পতাসকলক চান্দা নিদিবলৈ অসমবাসীক আহ্বান জনাইছে।

নাগৰিকত্ব বিধেয়কক লৈ নিজ দলৰ বিৰুদ্ধেই অৱস্থান লোৱা বিজেপিৰ জ্যেষ্ঠ বিধায়কজনে বুধবাৰে কৰিছে এই মন্তব্য।

পৰম্পৰা অনুসৰি ৰঙালী বিহু অসমীয়া ব’হাগ মাহতে নাসামৰি জেঠ-আহাৰতো বিহুৰ নামত সাংস্কৃতিক অনুষ্ঠান পতাৰ বিৰুদ্ধে দলৰ এখন নিৰ্বাচনী সভাতে তেওঁ সোচ্চাৰ হৈ পৰে।

“জেঠত বিহু পতাসকলক চান্দা-বৰঙণি একোৱেই নিদিব। নাচি থকাটোৱেই অসমীয়া জাতিৰ কাম নহয়। আমি নাচিবলৈ সাজু আছো, কিন্তু ব’হাগত নাচিম। জেঠ-আহাৰতো নাচি থাকিলে নচলিব।” বৰাৰ মন্তব্য।

জেঠত বিহু পতা বাবে নিজ সমষ্টিৰ অন্তৰ্গত চন্দ্ৰপুৰৰ এখন সমিতিক ধমক দিয়াৰ কথাও বৰাই উল্লেখ কৰে।

“চন্দ্ৰপুৰৰ ঠাকুৰকুছিত মোক জেঠ মাহত পতা বিহুলৈ আমন্ত্ৰণ জনাইছে। মই ধমকি দিছো। ভৱিষ্যতে জেঠত বিহু পাতিলে মই নাহো বুলি কৈছো।” মন্তব্য বিধায়কজনৰ।

Don't donate for Bihu functions organised after Bohag month, Atul Bora pleads people of Assam
বুধবাৰে বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ চিঙৰ সৈতে অতুল বৰা।

আনহাতে আসন্ন লোকসভা নিৰ্বাচনত গুৱাহাটীৰ অন্তৰ্গত দিচপুৰ সমষ্টিৰ পঞ্চায়ত আৰু ৱাৰ্ড পৰ্য্যায়ৰ বিজেপি কৰ্মীৰ বাবে তেওঁ ঘোষণা কৰিছে এক পুৰস্কাৰ। যি পঞ্চায়ততে বিজেপিয়ে ভোট বেছিকৈ লাভ কৰিব, সেই পঞ্চায়তৰ বিজেপি কৰ্মীক বৰাই দিব ১০ হাজাৰ টকাৰ পুৰস্কাৰ লগতে দিব একোটা ত্ৰফি।

‘মই গ্ৰাম্য অঞ্চলৰ পঞ্চায়তসমূহত কৈছো, যি পঞ্চায়তত বেছিকৈ ভোট পায়, সেই পঞ্চায়তৰ বিজেপি কৰ্মকৰ্তাক ১০ হাজাৰ টকাকৈ আৰু একোটাকৈ ট্ৰফী পুৰস্কাৰ দিম। মই ইয়াতো কৈছো, এই ৱাৰ্ডত বেছিকৈ ভোট পালেও কিবা এটা পুৰস্কাৰ থাকিব।‘ হেঙেৰাবাৰীৰ ২৫ নং ৱাৰ্ডত এক নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি এই ঘোষণা কৰে দিচপুৰৰ বিধায়কগৰাকীয়ে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd