• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ জামিন নাকচ কৰাটো বিচাৰিছে আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2019 12:15 pm
rajan

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলাগৰাকীয়ে এটা উৎকোচ লোৱা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰত বিচাৰ চলি আছে। পূৰ্বতে মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ত কৰ্মৰত মহিলাগৰাকী বৰ্তমান জামিনত আছে আৰু দিল্লী আৰক্ষীয়ে চলিত মাহৰ প্ৰথমভাগত তেওঁৰ জামিন বাতিলৰ আৰ্জি লৈ এখন জিলা আদালতৰ কাষ চাপিছিল।

আৰক্ষীৰ জামিন বাতিলৰ আবেদনৰ শুনানি শনিবাৰে দিল্লীৰ আদালতখনত হোৱাৰ কথা আছিল যদিও অভিযুক্ত অনুপস্থিত থকাৰ বাবে শুনানি বাতিল কৰা হয়। মহিলাগাৰীকয়ে অহা ২৪ এপ্ৰিললৈকে জামিনত থাকিব।

Apply Now

প্ৰাক্তন কনিষ্ঠ আদালত সহায়কগৰাকী উৎকোচৰ গোচৰত অভিযুক্ত হৈছিল আৰু তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৫০৬ আৰু ১২০ বি ধাৰাৰ অধীনত গোচৰ তৰা হৈছে।

নবীন কুমাৰ নামৰ এজন লোকে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু ২০১৯ৰ ৩ মাৰ্চত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰাৰ পাছত আৰক্ষীয়ে যোৱা মাহত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

জিলা আদালতে যোৱা ১১ মাৰ্চত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে যদিও ১২ মাৰ্চত তেওঁ জামিনত মুকলি হয়।

নবীন কুমাৰে দাখিল কৰা তেওঁৰ অভিযোগত কৈছে যে মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত কাম কৰি থকা সময়ত তেওঁক উচ্চতম ন্যায়ালয়ত এগৰাকী প্ৰচেছ চাৰ্ভাৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ নামত উৎকোচ ল’বলৈ সন্মত হৈছিল। অভিযোগ অনুসৰি কুমাৰে নিযুক্তিৰ বাবে মহিলাগৰাকীক অগ্ৰিম ৫০,০০০ টকা আদায় দিছিল যদিও তেওঁৰ পৰা চাকৰিটো সম্পৰ্কে বিসদ একো জানিব পৰা নাছিল।

অভিযোগ অনুসৰি, কুমাৰে মহিলগৰাকীক উচ্চতম ন্যায়ালয়ৰ চৌহদত লগ পাইছিল আৰু সৰ্বোচ্চ আদালতখনত তেওঁৰ চাকৰিটো সম্পৰ্কে জানিব বিচাৰিছিল।

কুমাৰে লগতে অভিযোগ কৰে যে মহিলাগৰাকীয়ে তেওঁক উচ্চতম ন্যায়ালয়ৰ চৌহদৰ ভিতৰত লগ নধৰিবলৈ কৈছিল আৰু তেনে কৰিলে তেওঁক ভুৱা গোচৰত ফচাই দিব বুলি কৈছিল।

এই গোচৰৰ তদন্তৰ ভাৰ দিল্লী আৰক্ষীৰ অপৰাধ শাখাক হস্তান্তৰ কৰা হৈছে।

কুমাৰে লগতে অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ সহযোগীসকলে তেওঁক ভাবুকি দিয়া বুলি উল্লেখ কৰি অপৰাধ শাখাৰ উপ আৰক্ষী আয়ুক্তলৈ এখন আবেদন লিখি প্ৰেৰণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd