• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত নিৰ্বাচনী বিষয়াক গ্ৰেপ্তাৰ; নথি নোচোৱাকৈয়ে ভোটদানৰ অনুমতি দিয়াৰ অভিযোগ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 24, 2019 6:54 am
Voters in Dhubri Voting center

ধুবুৰীৰ এটা ভোটকেন্দ্ৰৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ সময়ত উপযুক্ত নথি অবিহনেই ভোট দিবলৈ কিছু সংখ্যক লোকক অনুমতি দিয়া এজন নিৰ্বাচনী বিষয়াক গৌৰীপুৰ আৰক্ষীয়ে ২৩ গ্ৰেপ্তাৰ কৰিছে।

৭৪৩ নং বাণী বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব পালন কৰা লোকজনৰ নাম গৌৰ প্ৰসাদ বৰ্মন। ভোটকেন্দ্ৰটো গৌৰীপুৰ আৰক্ষী থানাৰ অধীনৰ মধুশৌলমাৰি পাৰ্ট-১-অত পৰে।

Apply Now

তেওঁৰ এই জঘন্য কাণ্ডৰ বিৰুদ্ধে ছেক্টৰ বিষয়া মৃণ্ময় দাসে ৰিপ’ৰ্ট দাখিল কৰাৰ পিছতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত বিষয়াজনে ভোটাৰসকলক কেৱল বুথ লেবেল অফিচাৰে দিয়া শ্লিপ চায়েই আন কোনো প্ৰয়োজনীয় আৰু নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া বৈধ নথি নোচোৱাকৈয়ে ভোটদানৰ অনুমতি দিয়া বুলি অভিযোগ উঠিছে।

তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ ঠাইত  তৎকালীনভাৱে সন্তোষ চন্দ্ৰ দাস নামৰ আন এজনক স্থলাভিষিক্ত কৰা হয়।

ভোটগ্ৰহণ কেন্দ্ৰটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। সমষ্টিটোত  তৃতীয় পৰ্য্যায়ত, অৰ্থাৎ ২৩ এপ্ৰিলত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সময়তে এই কাণ্ড সংঘটিত হৈছিল।

তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ ৰাজ্যখনৰ মুঠ ৪টা সমষ্টিত হৈছিল। ধুবুৰীৰ উপৰি কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত হৈছিল তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ। চাৰিওটা সমষ্টিৰ ভিতৰত ধুবুৰীতে ভোটদানৰ হাৰ সৰ্বাধিক ৮৬.৯৪ শতাংশ। তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ লগে লগে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd