• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুঢ়াপাহাৰত সংঘটিত পথ দুৰ্ঘটনাত পত্নীসহ থিতাতে নিহত চিকিৎসক ডাঃ সুমিত গাৰোডিয়া

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 26, 2019 5:28 pm
IMG-20190426-WA0048

দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰা ডাঃ সুমিত গাৰোডিয়াৰ গাড়ীখন। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুমিত গাৰোডিয়া আৰু তেওঁৰ পত্নী আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয়। গাৰোডিয়া দম্পতিৰ দুই পুত্ৰ বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সতে যুঁজি আছে।

আজি পুৱা শিৱসাগৰৰ পৰা হোজাইৰ আত্মীয় ঘৰত এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ কাজিৰঙাৰ সমীপৰ বুঢ়াপাহাৰ অঞ্চলত এখন ট্ৰেভেলাৰৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হয় গাৰোডিয়া আৰু তেওঁৰ পত্নী।

Apply Now

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই পুত্ৰক ততাতৈয়াকৈ  চিকিৎসালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য যে দুবছৰৰ আগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসক হিচাপে নিযুক্তি লাভ কৰিছিল ডাঃ সুমিত গাৰোডিয়াই। ইয়াৰ পূৰ্বে তেওঁ শিৱসাগৰৰ অ’এনজিচি চিকিৎসালয়ত কৰ্মৰত আছিল।

IMG-20190426-WA0049
পত্নী আৰু দুই পুত্ৰসহ ডাঃ সুমিত গাৰোডিয়া। ফাইল ফটো

অতি সহজ সৰল আৰু কম সময়তেই সকলোকে আপোন কৰি ল’ব পৰা সুমিত গাৰোডিয়া শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ সকলো সহকৰ্মী, নাৰ্চ তথা কৰ্মচাৰী সকলৰ প্ৰিয় আছিল আৰু নিজৰ কৰ্তব্য সদায় নিষ্ঠাৰে পালন কৰি আহিছিল।

এনে এগৰাকী সুদক্ষ চিকিৎসকক অকালতে হেৰোৱাই শোকত মৰ্মাহত হৈ পৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ সহকৰ্মী ডাক্তৰ,নাৰ্চৰ লগতে কৰ্মচাৰীবৃন্দ।

চিকিৎসালয়খনৰ গাণনিক মিন্টু দাসে কয়, ‘’ডাঃ সুমিত গাৰোডিয়াৰ  মৃত্যত শিৱসাগৰবাসীয়ে এজন সুদক্ষ চিকিৎসক হেৰুৱালো। জৰুৰীকালীন ৰোগী আহিলে ৰাতি যিকেনো সময়ত তেখেতক ফোন কৰি মাতিলে মুহুৰ্ততে উপস্থিত হয়হি। সকলোৰে লগত সদায় মিলাপ্ৰীতিৰে থকাৰ লগতে নিজৰ কৰ্তব্যত কেতিয়াও গাফিলতি কৰা নাছিল। যাৰ বাবে ৰোগী সকলৰো প্ৰিয় আছিল ডাঃ সুমিত গাৰোডিয়া।‘’

জন্মসুত্ৰে ডিব্ৰুগড়ৰ বাসিন্দা ডাঃ সুমিত গাৰোডিয়া শিৱসাগৰৰ কে পি চাৰিআলিত পৰিয়াল সহ ভাড়া ঘৰত আছিল।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd