• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ অ’এছ ডিৰ নিৰ্দেশত কাছাৰত চলিছে ছিণ্ডিকেটৰাজ : আনোৱাৰ হুছেইন লস্কৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2019 10:43 pm
24-04-19-Guwahati-Anwar-Hussain-Laskar-press-conference-1

সংবাদমেলত বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

‘’মুখ্য মন্ত্ৰীৰ অ’এছ ডি কাশ্যপ প্ৰকাশৰ নিৰ্দেশত কাছাৰত চলি আছে ছিণ্ডিকেটৰাজ। এই কথা মোক কাছাৰৰ এএছপিয়ে কৈছিল।‘’ আজি দিচপুৰ বিধায়ক আৱাসত ছিণ্ডিকেটৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ এই মন্তব্য হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ।

ইপিনে, বিধায়কজনৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ অ’এছ ডিয়ে আদালতত গোচৰ দিলেও বিধায়কজনে কেৰেপ নকৰে বুলি সদৰী কৰে।

‘’মোৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ অ’ এছ ডিয়ে কেচ দিলে দিয়ক। মই ভয় নাখাও। ময়ো আদালতত যাবলৈ প্ৰস্তুত আছো। তাত মই সকলো তথ্য পাতি দিম।‘’ এই মন্তব্য আনোৱাৰৰ।

ইপিনে মুখ্য মন্ত্ৰীৰ বিষয়াৰ হৈ মনোজ তালুকদাৰ নামৰ এজনে ধন সংগ্ৰহ কৰি আছে’ বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, উক্ত সংবাদমেলত অসম চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধেও সৰব হৈ পৰে বিধায়কগৰাকী।

‘’মোৰ বিৰুদ্ধে শুক্লবৈদ্যই ছিণ্ডিকেটৰ অভিযোগ তুলিছে। যদি পৰিমলৰ অভিযোগ সচাঁ হয় মই পদত্যাগ কৰিম,‘’-শুক্লবৈদ্যক এইদৰে প্ৰত্যাহ্বান জনায় লস্কৰে।

তেওঁ আৰু কয়, ‘’পৰিমলৰ দৰে মন্ত্ৰীবোৰে মুখ্য মন্ত্ৰীক ভূল পথে পৰিচালিত কৰে।পৰিমলে যিমানেই আনক অভিযোগ কৰিব সিমানেই নিজৰ ভুলবোৰ ওলাব।‘’

তদুপৰি,‘’পৰিমল ব্যৰ্থ মন্ত্ৰী, বিষয়াক চলাব নোৱাৰে’’ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰে আনোৱাৰে। আনোৱাৰে লগতে আহ্বান জনায় ‘’পৰিমলে মন্ত্ৰী পদ পদত্যাগ কৰি বিধায়কগিৰি কৰক।‘’

আনহাতে, এপিডিচিএলৰ নিযুক্তিৰ ক্ষেত্ৰত কি হ’ল ? চৰকাৰৰ স্বচ্ছ নিকা প্ৰতিশ্ৰুতি কত গল ? এই প্ৰশ্ন কৰি এই সন্দৰ্ভত তেওঁ মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd