• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘য’তে বাঘৰ ভয়, তাতে ৰাতি হয়’: আমিনগাঁৱৰ গুদামত ই ভি এমক লৈ আৰ পি শৰ্মা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 30, 2019 7:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰৰ পৰা মাজনিশা আমিনগাঁৱৰ গুদামলৈ “অব্যৱহৃত’’ ই ভি এম অনাক লৈ বিৰোধী কংগ্ৰেছৰ পিছত এইবাৰ মুখ খুলিছে আৰ পি শৰ্মাই।

“য’তে বাঘৰ ভয়, তাতে ৰাতি হয়। তেজপুৰক লৈ আৰ পি শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত তক্কৰ চলি থকাৰ মাজত ৰাতি ৰাতি ই ভি এমৰ স্থানান্তৰণ– ই অত্যন্ত সন্দেহজনক। তাতে আকৌ জালুকবাৰী সমষ্টিহে ই ভি এম ৰাখিবলৈ বাচি লোৱা হৈছে কিয়?” সাংসদ আৰ পি শৰ্মাৰ প্ৰশ্ন।

Apply Now

ই ভি এমৰ স্থানান্তৰকৰণত নিৰ্বাচন আয়োগৰ অনুমতি থকা নথকাকলৈয়ো সন্দেহ প্ৰকাশ কৰিছে শেহতীয়াকৈ টিকেট-বঞ্চিত বিজেপি সাংসদজনে। “যদি অনুমতি নাই, তেনেহ’লে এই স্থানান্তৰ সন্দেহজনক,” শৰ্মাৰ মত।

তেজপুৰৰ পৰা আমিনগাঁৱলৈ “মাত্ৰ তিনি ঘণ্টাৰ” ৰাষ্টাত ৰাতি এক বজাত ই ভি এম অনা আৰু তাক ব্যক্তিগত প্ৰতিষ্ঠানত জমা কৰাটোতো সন্দেহ প্ৰকাশ কৰে সাংসদজনে।

তেওঁ লগতে এই ঘটনাটোৰ তদন্তৰো দাবী জনাইছে। এইক্ষেত্ৰত গুৱাহাটী আৰু তেজপুৰৰ প্ৰিজাইডিং অফিচাৰৰ লগতে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সমগ্ৰ ঘটনাৰ বাবে ৰাইজক উত্তৰ দিব লাগিব, শৰ্মাই মন্তব্য।

তেওঁক বিজেপিয়ে চলিত সাধাৰণ নিৰ্বাচনত টিকেট নিদিয়াটোৱে অসমৰ পৰা দাৰ্জিলিঙলৈকে প্ৰভাৱ পেলাইছে বুলি সাংসদ শৰ্মাই দাবী কৰে।

“তেজপুৰ সমষ্টি যথেষ্ট স্পৰ্শকাতৰ। বিশেষকৈ আৰ পি শৰ্মাক টিকট নিদিয়াৰ পাছত এই সমষ্টি অধিক স্পৰ্শকাতৰ হৈ পৰিছে আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ উত্তৰ-পূবৰ উপৰিও দাৰ্জিলিঙলৈকে পৰিছে,” শৰ্মাৰ মত।

যোৱা ২৮ এপ্ৰিলৰ নিশা তেজপুৰৰ পৰা দুই শতাধিক ই ভি এম আৰু ভি ভি পি এ টি মেচিন আনি আমিনগাঁৱৰ এটা ব্যক্তিগত গুদামত জমা কৰা হৈছিল।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd