• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকৰ নিৰাপত্তাৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 2, 2019 9:33 pm
02-05-19 Guwahati- Forum against CAB press meet (1)

বৃহস্পতিবাৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ সংবাদমেল। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে ৰাজ্যত সংঘটিত কেইবাটাও সাংবাদিক নিৰ্য্যাতনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই। লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তাৎক্ষনিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মঞ্চই দাবী জনাইছে।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে ৰাজ্যত এটাৰ পাছত আনটো সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আৰু ইয়াৰ আঁৰত শাসক পক্ষৰ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহা বুলি মন্তব্য কৰি ইয়াৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত থকাৰ কথাও প্ৰকাশ কৰে। লগতে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়।

Apply Now

সংবাদমেলত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ অধ্যক্ষ ড০ হীৰেণ গোহাঁইয়ে কয়, ‘’ভাৰতৰ আন আন ৰাজ্যৰ নিচিনাকৈ অসমতো এতিয়া সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। সাংবাদিকসকল গণতন্ত্ৰৰ ৰাজহাড় স্বৰূপ। কিন্তু এই আক্ৰমণে ইয়াকে সূচায় যে সাংবাদিক সকলে স্বাধীনভাৱে বাতৰি প্ৰকাশৰ ক্ষেত্ৰত বাধা দিব বিচৰা হৈছে।‘’

সংবাদমেলখনত মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিক সকলক নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰা বাবে ধন্যবাদ জনোৱাৰ প্ৰসংগ উত্থাপন কৰি কয়, ‘’মুখ্য মন্ত্ৰীগৰাকীয়ে সাংবাদিকক ধন্যবাদ জনোৱাৰ বিপৰীতে তেওঁলোকৰ সুৰক্ষাৰ দিশটোহে সুনিশ্চিত কৰক। ইয়াৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে।‘’

একেখন সংবাদমেলতে ড০ হীৰেণ গোহাঁয়ে দেশৰ নিৰ্বাচন আয়োগৰ কেতবোৰ কাম-কাজতো অসন্তুষ্টি ব্যক্ত কৰে। আয়োগে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি শাসক দলৰ কেতবোৰ আপত্তিজনক মন্তব্য আৰু আচৰণক সহ্য কৰি থকা বুলিও তেওঁ মন্তব্য কৰে।

আনকি নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা সত্বেও সেনাৰ কৃতিত্বক চৰকাৰৰ কৃতিত্ব বুলি দাবী কৰিব খোজা কাৰ্য্যৰ কথা উল্লেখ কৰি এই কাৰ্য্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd