• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ফেনি’ক লৈ সতৰ্কতা ডিমা হাচাও প্ৰশাসনৰ,গধুৰ যানবাহন চলাচলত নিষেধাজ্ঞা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 3, 2019 5:14 pm
Cyclone_
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিষ্যাৰ পুৰীৰে প্ৰৱেশ কৰা ঘূৰ্ণী বতাহ ফেনিয়ে দেশজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতি ঘণ্টাত ১৮০ পৰা ২০০ গতিবেগত অহা ধুমুহা,বতাহ বৰষুণে  বাংলাদেশ হৈ উত্তৰ পূৰ্বাঞ্চলৈ গতি কৰিছে। ৪ মে’ শনিবাৰে আবেলি ভাগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ঘূৰ্ণী বতাহ ‘ফেনি’ প্ৰৱেশ কৰিব।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা আগজাননী অনুসৰি  অসমত প্ৰৱেশ কৰা সময়ত ‘ফেনি’ৰ গতিবেগ হ্ৰাস পাই ৩০ -৪০ কি:মি:ৰ ভিতৰত থাকিব। ‘ফেনি’ৰ প্ৰভাৱত ৪ আৰু ৫ মে’ত প্ৰৱল বৰষুণ হ’ব। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৩ মে’ শুকুৰবাৰৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হ’ব।

ইতিমধ্যে অসমৰ বিভিন্ন জিলাত সতৰ্কতা জাৰি কৰিছে জিলা প্ৰশাসনে। অনুৰূপভাবে ডিমা হাচাও প্ৰশাসনৰ ফালৰ পৰাও ‘ফেনি’ৰ আগজাননী দিছে।

ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ  অধ্যক্ষ অমিতাভ ৰাজখোৱাই জাৰি কৰা জৰুৰী জাননীত উল্লেখ কৰিছে যে ঘূৰ্ণী বতাহ  ‘ফেনি’ক লৈ প্ৰশাসন সজাগ হৈ আছে। তেওঁ লগতে পাৰ্বত্য জিলাৰ প্ৰতিটো শিক্ষা প্ৰতিষ্ঠানক ‘ফেনি’ক লৈ অধিক সতৰ্ক হোৱাৰ আহ্বান জনায়।

আনহাতে, হাফলং-শিলচৰ বা আন আন ঠাইলৈ অহা যোৱা কৰা গধূৰ যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি শুকুৰবাৰৰ পৰা অহা ৭২ ঘন্টালৈ এই নিষেধাজ্ঞা বলবৎ থাকিব।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

September 19, 2025 7:36 pm
ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

September 19, 2025 7:35 pm
মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত…

মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত…

September 19, 2025 7:09 pm
জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

September 19, 2025 7:36 pm
ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

September 19, 2025 7:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd