• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মই এতিয়া বহুত সুখী যে মোৰ ছাত্ৰ এতিয়া ইমান ডাঙৰ পদত আছে”, বৃদ্ধাৱাসত থকা এগৰাকী আইতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2019 10:18 pm
Binapani Devi

বীণাপাণি দেৱী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীস্থিত মাদাৰ্ছ অ’ল্ড এইজ হ’মত জীৱন পাৰ কৰা এগৰাকী স্বামীহীনা, সন্তানহীনা বৃদ্ধাই আজি গৰ্ব প্ৰকাশ কৰিলে এচমকা অতীতক সুঁৱৰি।

গুৱাহাটীৰ উল্লেখযোগ্য বৃদ্ধাৱাসটোত আজি বিভিন্ন ব্যক্তি, স্বেচ্ছাসেৱী সংগঠনৰ উপস্থিতিত বিশ্ব মাতৃ দিৱস উদযাপন কৰা হৈছিল।

Apply Now

অনুষ্ঠানটোৰ মাজতে নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে বৃদ্ধাৱাসটোৰ এগৰাকী আৱাসী বীণাপাণি দেৱীয়ে নিজৰ এচমকা অতীত।

নিচেই কম বয়সতে বিয়া, তাৰ পিছত তিনি মাহৰ পিছতে স্বামীৰ মৃত্যু। নিঃসন্তান বীণাপাণি দেৱী পেচাত শিক্ষয়িত্ৰী আছিল। ৰঙিয়া মহকুমাৰ অন্তৰ্গত চেপ্তি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰোঁতে পঢ়াইছিল বৰ্তমান ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক।

“কুলধৰ শইকীয়াক মই চেপ্তি প্ৰাথমিক বিদ্যালয়ত পঢ়াইছিলো। মই এতিয়া বহুত সুখী মোৰে ছাত্ৰ এতিয়া ইমান ডাঙৰ পদত আছে”, গৰ্বেৰে সুঁৱৰি আইতাগৰাকীয়ে কয়।

অৱশ্যে সঠিক সময়টো বৰ্তমান মনলৈ আনিব পৰা নাই বুলি জনালে আইতাই। কিন্তু স্পষ্টকৈ মনত আছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক পঢ়োৱাৰ কথা।

“কুলধৰৰ দেউতাক মুক্তাৰাম শইকীয়া ৰঙিয়া হাইস্কুলৰ শিক্ষক আছিল। তেওঁৰ যিকেইগৰাকী ল’ৰা-ছোৱালী আছিল তেওঁলোকক ময়েই পঢ়োৱা। তেওঁলোক পঢ়াত বহুত ভাল আছিল, সবেই প্ৰাথমিক বৃত্তি পাইছিল।” আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসত আইতাই আছুতীয়া সাক্ষাৎকাৰত এইদৰে কয়।

ভতিজাকহঁতৰ লগত থকা বীণাপাণি দেৱীয়ে দুৰ্ব্যৱহাৰ সহিব নোৱাৰি এদিন মাদাৰ্ছ অ’ল্ড এইজ হ’ম নামৰ বৃদ্ধাৱাসটোত আশ্ৰয় ল’ব লগীয়া হয়, সেয়া আছিল ২০১৬ চনৰ প্ৰথম ভাগৰে ঘটনা।

কিন্তু ২০১৭-ৰ মাজত ভতিজাকহঁতে আহি বৃদ্ধাৱাসৰ পৰা লৈ যায়। কিন্তু আকৌ কাজিয়া কৰি খেদাই দিয়ে।

মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বৰ্তমান আইতাৰ ভতিজাকসকলে তেওঁৰ সা-সম্পত্তি সকলো হস্তক্ষেপ কৰিছে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd