• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেট্ৰিকৰ ফলাফলত তিনিটাকৈ স্থান, গুৱাহাটীৰ ছেণ্ট মেৰিজত উলাহ ছাত্ৰীৰ।।Video।।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2019 5:21 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে ঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ ছেণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তিনিটাকৈ স্থান দখলেৰে উজলিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ প্ৰত্যাশা মেধিয়ে সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। লগতে তৃতীয় স্থান দখল কৰা অনুশ্ৰী ভুঞাই ৫৯২ নম্বৰ আৰু চতুৰ্থ স্থান দখল কৰা কৃষ্টি শইকীয়াই ৫৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

তিনিওগৰাকী ছাত্ৰীৰ সাফল্যত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰীসকলো ব্যাপকভাৱে উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।

দ্বিতীয়স্থান দখল কৰি উৎফুল্ল প্ৰত্যাশাই নৰ্থ ইষ্ট নাওৰ আগত কয় ‘মোৰ এই সাফল্যৰ পাছত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। প্ৰথমতে মই ভগৱানক ধন্যবাদ জনাব বিচাৰিছো। ইয়াৰোপৰি মোৰ মা-দেউতা আৰু শিক্ষাগুৰুক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। তেওঁলোকে মোক বহুখিনি সহায় কৰিছে।‘

ইয়াৰোপৰি নিজৰ ভৱিষ্যত লক্ষ্যৰ ওপৰত মন্তব্য কৰি প্ৰত্যাশাই কয় ‘এগৰাকী ভাল চিকিৎসক হ’বলৈ বিচাৰো। মোৰ লক্ষ্যত উপনীত হ’বলৈ যিমান পাৰো চেষ্টা কৰিম।‘

প্ৰত্যাশাই মুঠ ৯৮.৮৩ শতাংশ লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, উক্ত বিদ্যালয়ৰ পৰা তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা অনুশ্ৰী ভুঞাই কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিব বুলিও আমাৰ সাংবাদিকৰ আগত কয়। লগতে মে’ডিকেল এন্ট্ৰেন্স দিবৰ বাবেও চেষ্টা কৰিব বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰোপৰি, মুঠ ৯৮.৩ শতাংশৰে চতুৰ্থ স্থান দখল কৰা উৎফুল্লিত কৃষ্টিৰ ভৱিষ্যতে এগৰাকী ভাল চিকিৎসক হ’বলৈ ইচ্ছা।

Recent News

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd